Public App Logo
Profile Picture

The CrossCurrent

@thecrosscurrent.in
5642Followers
0Following
আৰক্ষীৰ হাজাৰ বাধা নেওচি ৰাজধানী দিল্লীত CJPৰ আহ্বানত ‘লেহৰা দৌ ত্ৰিৰংগা’ প্ৰতিবাদী সমদল।
দিল্লী আৰক্ষীৰ জিম্মাত অভিজিৎ দীপকে।
"অমৃতপ্ৰভা মহন্ত, সন্দীপন গাৰ্গৰ জামিনৰ সিদ্ধান্তক প্ৰত্যাহ্বান জনাই উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হওক অসম চৰকাৰ।"

সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি উৎপল শৰ্মাৰ দাবী।
'অপৰাধী'ক বনাইছে ৰাজ্যপাল! কেনেকৈ 'অভিযুক্ত'ক ৰাজ্যপাল পাতিলে BJP এ? প্ৰশ্ন ৰাহুল গান্ধীৰ, পত্ৰও  প্ৰেৰণ ৰাষ্ট্ৰপতিলৈ। ৰাষ্ট্ৰপতি  দ্ৰৌপদী মুৰ্মুৱে সম্ভেদ দিব লাগিব দুশ্যন্ত গৌতমৰ।
মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছিল আন্দোলন কৰাটো ৰাজনৈতিক দলৰ কাম নহয়। কিন্তু এতিয়া বি জে পিয়ে 'দেশৰ হকে, অপশক্তিৰ বিৰুদ্ধে জন জাগৰণ সমদল' শীৰ্ষক কৰিছে আন্দোলন।
অভিজিৎ দীপকেক আটক  দিল্লী আৰক্ষীৰ। এন চি পি-এ চি পিৰ মুখপাত্ৰ অনীশ গাৱাণ্ডেৰ বাসগৃহৰ পৰা ওলোৱাৰ পাছতেই আটক। কন'ট প্লেচৰ চেণ্ট্ৰেল পাৰ্কত ত্ৰিৰংগা উৰুওৱা কাৰ্যসূচীলৈ ওলাইছিল CJPৰ প্ৰতিষ্ঠাপকগৰাকী।
ক’ত হেৰাল গণতন্ত্ৰৰ চতুৰ্থ স্তম্ভৰ নিৰাপত্তা? নিকা আৰু স্বচ্ছ সাংবাদিকতাৰ মুখ বন্ধ কৰিব বিচাৰিছে নেকি মোডী চৰকাৰে? উচ্চতম ন্যায়ালয়ৰ আশ্বাসৰ পাছতো আটক কৰ্তব্যৰত সাংবাদিকক। কাঠগড়াত আৰক্ষীৰ ভূমিকা! জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কৰা প্ৰতিবাদৰ বাতৰি সংগ্ৰহ কৰিবলৈ গৈ আটক ৪৩ জন সাংবাদিক।
Video 7
Video 8
দিল্লীৰ কনট প্লেচত CJPৰ 'ত্ৰিৰংগা যাত্ৰা' কাৰ্যসূচীৰ পূৰ্বে অভিজিৎ দীপকে বাহৰ পাতি থকা এনচিপি-এছিপিৰ মুখপাত্ৰ অনীশ গাৱাণ্ডেৰ বাসগৃহত দিল্লী আৰক্ষীৰ প্ৰৱেশ সন্দৰ্ভত গাৱাণ্ডেৰ মন্তব্য।
"শান্তনু পূজাৰীয়ে খিলঞ্জীয়া ল'ৰা কেইটাৰ পেটত গোৰ মাৰিলে। কিন্তু ভোগদৈ,টোকোলাইৰ পাৰত যে বাংলাদেশী সোমালে তেওঁৰ খেদিবলৈ সাহস হ'বনে?" যোৰহাটত ব্লিনকিট বন্ধ কৰি দিয়াক লৈ বীৰ লাচিত সেনা, অসমৰ প্ৰশাসনিক সচিব শৃংখল চলিহাৰ মন্তব্য।
Video 11
বৰষুণৰ মাজতো কনাট প্লেচৰ চেণ্ট্ৰেল পাৰ্কলৈ উলিওৱা ত্ৰিৰংগা উৰুওৱা কাৰ্যসূচীত বাধা। দিল্লী আৰক্ষীয়ে বাধা দিয়ে জাতীয় পতাকা লৈ যোৱা সমদলক।
'ত্ৰিৰংগা যাত্ৰা'ৰ পূৰ্বে অভিজিৎ দীপকেৰ বাসগৃহত উপস্থিত দিল্লী আৰক্ষী
ৰাজনৈতিক প্ৰতিবাদৰ উত্তৰ ৰাজনৈতিকভাবে দিব বুলি ঘোষণা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ।
নতুন দিল্লীৰ কনাট প্লেচৰ চেণ্ট্ৰেল পাৰ্কত ত্ৰিৰংগা উৰুওৱা কাৰ্যসূচীৰ পূৰ্বে অভিজিৎ দীপকেৰ ওচৰত দিল্লী আৰক্ষী। কিছু কাগজ-পত্ৰত স্বাক্ষৰ কৰিবলৈ দাবী। CJPৰ প্ৰতিষ্ঠাপক গৰাকী এন চি পি-এ ছি পিৰ মুখপাত্ৰ অনীশ গাৱাণ্ডেৰ দিল্লীৰ বাসগৃহত আছে।
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীৰে পাটনাত SFI,DYFIৰ উত্তাল প্ৰতিবাদ।
এনচিপি-এছিপিৰ মুখপাত্ৰ অনীশ গাৱাণ্ডেৰ বাসগৃহত উপস্থিত দিল্লী আৰক্ষী। অনীশ গাৱাণ্ডেৰ বাসগৃহতে বাহৰ পাতি আছে CJP-ৰ প্ৰতিষ্ঠাপক অভিজিৎ দীপকে।
Video 18
Video 19
পঞ্চম আৰু অষ্টম শ্ৰেণীৰ বন্ধ হৈ থকা বৃত্তি পৰীক্ষা পুনৰ প্ৰচলনৰ দাবীৰে অসমৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীলৈ দাবীপত্ৰ প্ৰেৰণ সদৌ অসম ছাত্ৰ সন্থা আৰু অসম ৰাজ্যিক প্ৰাথমিক শিক্ষক সন্মিলনীৰ। উজান বজাৰৰ শ্বহীদ ভৱনত সংবাদমেল যোগে এই কথা সদৰী দুয়োটা সংগঠনৰ নেতৃত্বৰ।
১৫ হাজাৰ টকাতেই শেষ নেকি বন্যাৰ্তৰ হুমুনিয়াহ? আকৌ এবাৰ বানপীড়িতক আশ্বাস চৰকাৰৰ। ১৩ দিনীয়া সত্যাগ্ৰহৰ অন্তত অখিল গগৈৰে সাক্ষাৎ কৰি কি আশ্বাস দিলে মন্ত্ৰী পীযুষ হাজৰিকা, কেশৱ মহন্তই? সবিশেষ ৰাউণ্ড দ্য ক্লকত--
১৬ অক্টোবৰৰ বিয়লি ৫ বজাত নতুন দিল্লীৰ কনাট প্লেচৰ চেণ্ট্ৰেল পাৰ্কত CJPৰ ত্ৰিৰংগা উৰুওৱা কাৰ্যসূচীত কাকো অংশ নল'বলৈ নিৰ্দেশ আৰক্ষীৰ। অঞ্চলটোত BNSSৰ ১৬৩ ধাৰা বলৱৎ হৈ থকাৰ কথা সদৰী নতুন দিল্লীৰ উপ- আৰক্ষী আয়ুক্ত নেহা যাদৱৰ।
"এই স্থান, য'ত মই ঠিয় হৈ আছোঁ। কেউপিনৰ পৰা পুলিচে ঘেৰি আছে। মোৰ পাছে পাছে এখন বগা ৰঙৰ স্কৰপিঅ'ই অনুসৰণ কৰি আছে। মুঠতে মই ক'লৈ যাওঁ, কি কৰিছোঁ। তেওঁলোকক খবৰ লাগে ।" অভিজিৎ দীপকে।
সামৰণি পৰিল অখিল গগৈৰ সত্যাগ্ৰহ
চৰকাৰী পক্ষৰ সৈতে হোৱা আলোচনাত ল'লে কি সিদ্ধান্ত?