♦️ ডিব্ৰুগড়ৰ মাইজান ঘাটত একাংশ নাও মালিকৰ দৌৰাত্ম্য! যাত্ৰীৰ জীৱনক লৈ হেতালি খেলিছে নাও মালিকে....
♦️ কুম্ভকৰ্ণ নিদ্ৰাত অভ্যন্তৰীণ জল পৰিবহণ বিভাগ (IWT)! যাত্ৰীৰ লগতে চাইকেল, গাখীৰৰ ড্ৰাম, শাক-পাচলিৰে অভাৰল'ড কৰি চলাইছে ভটভটী....
♦️ লাইফ জেকেট নোহোৱাকৈয়ে ব্ৰহ্মপুত্ৰৰ বুকুৰে বিপদসংকুল যাত্ৰা! নাৱত নাই পৰ্যাপ্ত পৰিমাণৰ লাইফ জেকেট, যি কেইটা আছে সেয়াও বহু পুৰণি.....