Public App Logo
Profile Picture

City News Dibrugarh

@citynewsdibrugarh
176Followers
0Following
গাড়ী ভাড়াত দি বিপদত মালিক!

গৰু চুৰি কাণ্ডৰ মাষ্টাৰমাইণ্ডসহ সহযোগী আটক!

ডিব্ৰুগড়–ডিগবৈ আৰক্ষীৰ যুটীয়া অভিযানত তিনিচুকীয়াৰ বাপাপুংৰ গৌতম গগৈ আৰু তেওঁৰ এজন সহযোগীক আটক।

অভিযোগ অনুসৰি, ২৯ আগষ্টত সীমা দাসে তেওঁৰ Baleno গাড়ীখন চাৰি দিনৰ বাবে গৌতম গগৈক ভাড়াত দিছিল।

কিন্তু পিছত গাড়ীখন গৰু চুৰিৰ ঘটনাত ব্যৱহাৰৰ অভিযোগ উত্থাপন হোৱাত আৰক্ষীৰ কাষ চাপিছিল মালিকগৰাকী।

ইতিমধ্যে দুয়োকে আটক কৰি ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে।
ডিব্ৰুগড়ৰ নন্দলাল বৰগোহাঁই চিটি মহাবিদ্যালয়ত উলহ মালহেৰে শিক্ষক দিৱস উদযাপন...
<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
✨ ডিব্ৰুগড়ত ‘নৰ্থ-ইষ্ট কিং এণ্ড কুইন ছিজন–৯’

সৌন্দৰ্য, প্ৰতিভা, আত্মবিশ্বাস আৰু ব্যক্তিত্বৰ অনন্য সমাহাৰ.

<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
ডিব্ৰুগড়ৰ চাওলখোৱাত যোৱাকালি সন্ধিয়া চাঞ্চল্যকৰ ঘটনা

বজাৰ কৰি থকা অৱস্থাতে ৰমজান আলীক দাৰে আক্ৰমণ!

ডিব্ৰুগড়ৰ চাওলখোৱাত যোৱাকালি সন্ধিয়া সংঘটিত হয় এক চাঞ্চল্যকৰ ঘটনা। বজাৰ কৰি থকা অৱস্থাতে ৰমজান আলী নামৰ এজন লোকক দাৰে আক্ৰমণ কৰে চমিৰ আলী নামৰ এজন লোকে।

হঠাৎ হোৱা এই আক্ৰমণত ৰমজান আলী আহত হয়। ঘটনা সংঘটিত কৰিয়েই আক্ৰমণকাৰী চমিৰ আলীয়ে ঘটনাস্থলীৰ পৰা পলায়ন কৰে।

এই ঘটনাক কেন্দ্ৰ কৰি অঞ্চলটোত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে।
নাহৰকটীয়াত নিশাৰ অন্ধকাৰত ভয়ংকৰ আক্ৰমণৰ অভিযোগ!

ঘৰত জোৰপূৰ্বক প্ৰৱেশ!
মহিলাক টানি-চোঁচৰাই বাহিৰলৈ উলিওৱাৰ অভিযোগ!
ঘৰৰ কাঁচ-সামগ্ৰী ভাঙি লণ্ডভণ্ড!
পৰিয়ালক মাৰপিট আৰু ভয়ংকৰ ভাবুকিৰ অভিযোগ!
ডিব্ৰুগড়ত নিশাৰ ৰাজপথত শিক্ষাৰ্থীৰ বিপজ্জনক বাইক ৰোমাঞ্চ!

সুৰাপান কৰি বেপৰোৱাভাৱে বাইক চলোৱাৰ দৃশ্য মেডিকেল কলেজৰ দুই শিক্ষাৰ্থীৰ।

ৰাজপথত বিপজ্জনক কাণ্ডৰ মাজতে আৰক্ষীৰ জালত দুই ছাত্ৰ-ছাত্ৰী।

<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
অৰুণাচলত নিৰ্মাণ হৈ থকা দিবাং ভেলী বৃহৎ নদীবান্ধ বন্ধ কৰা, লিডু-মাঘেৰিটাত অব্যাহত থকা অবৈধ কয়লা বন্ধ কৰা আদিকে ধৰি কেইবাটাও গুৰুত্বপূৰ্ণ দাবীত অসম চাহ জনজাতি ছাত্ৰ সন্থাই অতিশ্ৰীঘেই ডিব্ৰুগড় - তিনিচুকীয়া জিলাত আৰম্ভ কৰিব ধাৰাবাহিক আন্দোলন কাৰ্যসূচী।
নয়ডাত ৰহস্যজনকভাৱে হত্যাৰ বলি হোৱা ডিব্ৰুগড়ৰ যুৱতী মেহেক আহমেদৰ হত্যাকাণ্ডৰ ন্যায় বিচাৰি চাউলখোৱাত সাব্যস্ত কৰা হয় তীব্ৰ প্ৰতিবাদ।

নাৰী মুক্তি সংগ্ৰাম সমিতিৰ ডিব্ৰুগড় নগৰ সমিতিৰ উদ্যোগত আৰু স্থানীয় মহিলাসকলৰ সহযোগত ৰূপায়ণ কৰা হয় এই প্ৰতিবাদী কাৰ্যসূচী।

<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
যোৱা 22 জুনত ডিব্ৰুগড় জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰৰ পৰা হৃষীকেশ গোস্বামীক আক্ৰমণ কৰি চিলনী চোৰে লৈ গৈছিল তেওঁ পৰিধান কৰা দুডাল সোণৰ চেইন।

দিন দুপৰতে জিলা আয়ুক্তৰ কাৰ্যালয়ৰ ভিতৰৰ সংঘটিত হৈছিল এই ভয়াবহ ঘটনা।

নিজৰ কৰ্ম সম্পন্ন কৰিবলৈ যোৱা হৃষীকেশ গোস্বামীক  আয়ুক্তৰ কাৰ্যলয়ৰ ভিতৰত আক্ৰমন কৰি তেওঁ পৰিধান কৰা বৰ্ত্তমানৰ বজাৰ মূল্য প্ৰায় 20 লাখ টকাৰ মূল্য সোণৰ চেইন লৈ গৈছিল চিলনী চোৰে।

কিন্তু ডিব্ৰুগড় আৰক্ষীয়ে আজিৰ পৰ্য্যন্ত কোনো চোৰক কৰায়ত্ত কৰিবলৈ সক্ষম নোহোৱাত সংবাদমেল সম্বোধন।
ডিব্ৰুগড়ত বজমে চিৰতুন নৱী উদ্‌যাপন সমিতিৰ উদ্যোগত উলিওৱা হয় জুলুচ-এ-মোহম্মদী শোভাযাত্ৰা। মহানবী হজৰত মুহাম্মদৰ পৱিত্ৰ জন্মদিন উপলক্ষে আয়োজন কৰা এই শোভাযাত্ৰাত প্ৰায় দুই শতাধিক ইছলাম ধৰ্মাৱলম্বী লোকে অংশগ্ৰহণ কৰে।

ফল বজাৰৰ পৰা আৰম্ভ হোৱা জুলুচ-এ-মোহম্মদী শোভাযাত্ৰাই পাঁচআলি হৈ কালিবাৰী পথত প্ৰৱেশ কৰে আৰু বিভিন্ন পথ পৰিভ্ৰমণ কৰি পুনৰ আৰম্ভণি স্থানতে আহি সমাপ্ত হয়।
<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
ডিব্ৰুগড় জিলা ক্ৰীড়া সন্থাৰ উদ্যোগত তথা অসম বেডমিণ্টন সন্থাৰ তত্বাৱধানত অহা ২৭ আগষ্টৰ পৰা ২ ছেপ্টেম্বৰলৈকে  ৭৪ সংখ্যক সদৌ অসম আন্তঃজিলা বেডমিণ্টন চেম্পিয়নশ্বিপ, ২০২৬- ৰ আয়োজন।
NORTHEAST KING & QUEEN S9 2026
ডিব্ৰুগড়ত অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সমিতিৰ উদ্যোগত ৰাজ্যিক পৰ্যায়ৰ বিস্তৃত আই ই চি অভিযানৰ শুভাৰম্ভ কৰা হয়। জিলা পুথিভঁৰালত আয়োজিত অনুষ্ঠানত স্বাস্হ‍্য আৰু পৰিয়াল কল্যাণ,চিকিৎসা ৰাজ্যিক কেবিনেট মন্ত্ৰী অশোক সিংঘালে ভেনৰ ফিতা কাটি অভিযানৰ আনুষ্ঠানিক শুভাৰম্ভ কৰে।
NORTHEAST KING & QUEEN S9 2026
লাহোৱালত বোৱাৰীক হত্যাৰ চেষ্টাৰ অভিযোগ! শহুৰ-স্বামীৰ আক্ৰমণত গুৰুতৰভাৱে আহত পৰিস্মিতা গগৈ শইকীয়া, চিকিৎসাধীন। এজন অভিযুক্তক ইতিমধ্যে আটক কৰিছে আৰক্ষীয়ে।

<nis:link nis:type=tag nis:id=dibrugarh nis:value=dibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
ডিব্ৰুগড়ৰ বিদ্যালয়ত ভয়ংকৰ অভিযোগ! 

কণ-কণ ছাত্ৰ-ছাত্ৰীক শিক্ষকৰ মাৰধৰ! চতুৰ্থ শ্ৰেণীৰ ছাত্ৰৰ ভৰি ভঙাৰ পাছতো নীৰৱ বিদ্যালয় কৰ্তৃপক্ষ।

দক্ষিণ আমোলাপট্টিস্থিত চি জি পূৰ্বাঞ্চল জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ত চাঞ্চল্য!
<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
ডিব্ৰুগড় চৌকিডিঙি চাৰিআলিত বগীবিল আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিৰ তীব্ৰ প্ৰতিবাদ!

বানে সংহাৰী ৰূপ ধাৰণ কৰাৰ সময়তে বগীবিল অঞ্চলত ভয়ংকৰ বিপদৰ আশংকা!

২ নং ৰাসাবিৰ পৰা লেঙাপাথাৰলৈ ৰিংবান্ধৰ অৱস্থা অতি শোচনীয়। যিকোনো মুহূৰ্ততে ব্ৰহ্মপুত্ৰৰ বাঢ়নী পানীয়ে ৰিংবান্ধটো ভাঙি পেলোৱাৰ আশংকা প্ৰকাশ কৰিছে বগীবিল আঞ্চলিক কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে।
<nis:link nis:type=tag nis:id=citynewsdibrugarh nis:value=citynewsdibrugarh nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=highlights nis:value=highlights nis:enabled=true nis:link/> 
<nis:link nis:type=tag nis:id=follewers nis:value=follewers nis:enabled=true nis:link/>
Footpath encroached by bamboos
Location:- Amolapatty Charali
Who is Rafik Ali allias Raaj
Why he is targeting innocent public?
ডিব্ৰুগড়ত মহা প্ৰৱঞ্চনাৰ মাষ্টাৰমাইণ্ড ইমতিয়াজ হুছেইন গ্ৰেপ্তাৰ!
ডিব্ৰুগড়ত মহাঠগ ইম্তিয়াজ হুছেইন গ্ৰেপ্তাৰ!

চাকৰি আৰু দোকান দিয়াৰ নামত কোটি কোটি টকাৰ প্ৰৱঞ্চনা কৰাৰ অভিযোগ। চিৰিং চাপৰি-আমোলাপট্টী ৰোডস্থিত নিজা ঘৰত দুৱাৰ বন্ধ কৰি আত্মগোপন কৰি আছিল ইম্তিয়াজে। দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে দুৱাৰ ভাঙি গ্ৰেপ্তাৰ কৰে অভিযুক্তজনক।

অভিযুক্তৰ গেৰেজৰ পৰা মাৰ্চিডিজ বেঞ্জসহ মুঠ ৩খন বাহন জব্দ। ডিব্ৰুগড় সদৰ থানাত ইম্তিয়াজৰ বিৰুদ্ধে দুটাকৈ গোচৰ ৰুজু।
খাচী ছাত্ৰ সন্থাৰ সমৰ্থকে লণ্ড-ভণ্ড কৰে অসমৰ কেইবাখনো বাহন, আহত কেইবাগৰাকী পৰ্যটক..
Rent room available 
Location:- Near RK College, Amolapatty 
Contact:- 8638895007
বিশ্ব ফটোগ্ৰাফী দিৱস উপলক্ষে কানৈ মহাবিদ্যালয়ত দুদিনীয়া কৰ্মশালাৰ আয়োজন....
বিশ্ব ফটোগ্ৰাফী দিৱসৰ আন্তৰিক শুভেচ্ছা! ✨
> "প্ৰতিখন ছবিৰ আঁৰত থাকে হাজাৰটা শব্দতকৈও বেছি গভীৰ একোটা কাহিনী।"
> জীৱনৰ ধুনীয়া ক্ষণবোৰ, অনুভৱবোৰ আৰু স্মৃতি বোৰ কেমেৰাৰ লেন্সত চিৰদিনৰ বাবে বন্দী কৰি ৰখা সকলো ফটোগ্ৰাফাৰলৈ জনালোঁ হৃদয়ভৰা শুভেচ্ছা।