Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বৰভাগ: নলবাৰীৰ বৰগাছাৰ প্ৰতিভাৱান কণ্ঠশিল্পী জিয়ান জোনকৰ আকস্মিক বিয়োগ

Barbhag, Nalbari | Nov 22, 2025
নলবাৰী জিলাৰ বৰভাগৰ বৰগাচাৰ স্নাতকোত্তৰ ডিগ্ৰীধাৰী যুৱক জিয়ান জোনাকে প্ৰায় পোন্ধৰ বছৰ ধৰি সংগীত ক্ষেত্ৰখনত জৰিত থাকি ইতিমধ্যে এগৰাকী জনপ্ৰিয় কণ্ঠশিল্পী হিচাপে পৰিচিতি লাভ কৰিছিল৷ বিভিন্ন সংগীতানুষ্ঠানত গীত পৰিৱেশন কৰি নিজৰ প্ৰতিভাৰ উমান দাঙি ধৰিবলৈ সক্ষম হোৱা জিয়ান জোনাক যুৱ প্ৰজন্মৰ মাজত বেচ জনপ্ৰিয় হৈ পৰিছিল ।ইফালে জিয়ান জোনাকৰ মৃত্যুত সাংস্কৃতিক জগতত শোকৰ ছা পৰিছে
বৰভাগ: নলবাৰীৰ বৰগাছাৰ প্ৰতিভাৱান কণ্ঠশিল্পী জিয়ান জোনকৰ আকস্মিক বিয়োগ - Barbhag News