Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বৰভাগ: ওপজা দিনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক নলবাৰীৰ ক্ষুদ্ৰ কুহলাটীত সশ্ৰদ্ধ স্মৰণ

Barbhag, Nalbari | Nov 18, 2025
ওপজা দিনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক নলবাৰীৰ ক্ষুদ্ৰ কুহলাটীত সশ্ৰদ্ধ স্মৰণ৷ অগপৰ বৰক্ষেত্ৰী বিধান সভা সমষ্টিৰ উদ্যোগত শিল্পী গৰাকীৰ ওপজা দিনটোক জাতীয় স্বাভিমান দিৱস হিচাপে উদযাপন কৰে৷ সহস্ৰাধিক লোকে একেলগে পৰিবেশন কৰিলে জুবিন গাৰ্গৰ কেইবাটাও জনপ্ৰিয় গীত । কণ কণ শিশুৰ পৰা সকলোৱে গালে মায়াবিনীৰ পৰা বহু গীত।
বৰভাগ: ওপজা দিনত প্ৰাণৰ শিল্পী জুবিন গাৰ্গক নলবাৰীৰ ক্ষুদ্ৰ কুহলাটীত সশ্ৰদ্ধ স্মৰণ - Barbhag News