বৰভাগ: ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডলৰ অন্তৰ্গত কেইবাটাও বুথত গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক
আজি ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডলৰ অন্তৰ্গত কেইবাটাও বুথত পৃথকে পৃথকে গুৰুত্বপূৰ্ণ সাংগঠনিক বৈঠক অনুষ্ঠিত হয় ।উক্ত বৈঠকত মণ্ডল সমিতিৰ সভাপতি মনোজ ডেকাকে ধৰি দলীয় কাৰ্য্যকৰ্তাসকল উপস্থিত থাকে।