Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

বৰভাগ: ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰৰ ঘগ্ৰাপাৰ মণ্ডল কাৰ্য্যালয়ত কাৰ্য্যকৰ্তা সকলৰ সৈতে গুৰুত্বপূৰ্ণ সাংগঠিক সভা

Barbhag, Nalbari | Nov 27, 2025
আজি সন্ধিয়া ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰ মণ্ডল কাৰ্য্যালয়ত কাৰ্য্যকৰ্তা সকলৰ সৈতে এখন অতি গুৰুত্বপূৰ্ণ সাংগঠিক সভাত অনুষ্ঠিত কৰা হয়। উক্ত সভাত আগন্তুক দিনৰ বিভিন্ন কাৰ্যক্ৰমৰ ওপৰত আলোচনা কৰা হয়।উক্ত সভাত উপস্থিত থাকে নলবাৰী জিলা পৰিষদৰ উপ সভাপতি হিতেশ ব্ৰহ্ম,মণ্ডলৰ সভাপতি মনোজ ডেকা, আঞ্চলিক পঞ্চায়তৰ সভাপতি অৰবিন্দ বৰ্মন লগতে মণ্ডল সমিতিৰ বিষ়ববীয়া সকল।
বৰভাগ: ভাৰতীয় জনতা পাৰ্টি ঘগ্ৰাপাৰৰ ঘগ্ৰাপাৰ মণ্ডল কাৰ্য্যালয়ত কাৰ্য্যকৰ্তা সকলৰ সৈতে গুৰুত্বপূৰ্ণ সাংগঠিক সভা - Barbhag News