Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

বৰভাগ: বৰভাগৰ সোনকুৰিহা যুৱকজ্যোতি সংঘৰ হীৰক জয়ন্তী সমাৰোহত উপস্থিত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন

Barbhag, Nalbari | Nov 23, 2025
বৰভাগৰ বৰক্ষেত্ৰী সমষ্টিৰ অন্তৰ্গত সোনকুৰিহা যুৱকজ্যোতি সংঘৰ হীৰক জয়ন্তী সমাৰোহত উপস্থিত বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক দিগন্ত বৰ্মন।উল্লেখযোগ্য য়ে দুদিনীয়াকৈ অনুষ্ঠিত হোৱা অনুষ্ঠানৰ আজি শেষৰ দিন।ইফালে বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক উপস্থিত থাকি অঞ্চলটোৰ কিছুসংখ্যক বিশিষ্ট ব্যক্তিক বঁটা প্ৰদান কৰে,উল্লেখযোগ্য উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি ৬০গৰাকী ব্যক্তিক বটা প্ৰদান কৰা হয়।