Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

বৰভাগ: নলবাৰীৰ বৰভাগত অসম জাতীয় পৰিষদ জিলা সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান

Barbhag, Nalbari | Nov 18, 2025
অসম জাতীয় পৰিষদ জিলা সমিতিৰ উদ্যোগত প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠান আয়োজন কৰে।উল্লেখযোগ্য য়ে আজি প্ৰাণৰ শিল্পী গৰাকীৰ ওপজা দিন।ইফালে শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত উপস্থিত থাকে প্ৰাক্তন সাংসদ ৰাজেন গোসাই,নলবাৰী সমষ্টিৰ প্ৰাক্তন বিধায়ক অশোক শৰ্মা, বিধায়ক দিগন্ত বৰ্মন আৰু জুবিন অনুৰাগী।উল্লেখযোগ্য য়ে বৰভাগৰ বৰভাগ কালাগ উচ্চতৰ মাধ্যমিক বিদ্যালয়ত খেলপথাৰত অনুষ্ঠিত হয় উক্ত অনুষ্ঠান।