Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: বৰনগাঁৱত বড়ো বেপ্তিষ্ট সন্মিলনৰ হীৰক জয়ন্তী উৎসৱ উদযাপন কৰা হয়, উপস্থিত থাকে বিটিচিৰ ডিপুটী চীফ ৰিহণ দৈমাৰী

Udalguri, Udalguri | Nov 23, 2025
বড়ো বেপ্তিষ্ট সন্মিলন যুৱ বিভাগৰ হীৰক জয়ন্তী উৎসৱ ওদালগুৰিৰ বৰনগাঁৱত অনুষ্ঠিত হয়। হীৰক জয়ন্তীৰ সতে সংগতি ৰাখি বিভিন্ন কাৰ্যসূচীৰ অনুষ্ঠিত কৰাৰ লগতে এখন মুকলি সভা অনুষ্ঠিত কৰা হয়। উক্ত মুকলি সভাত বিটিচিৰ ডিপুটী চীফ ৰিহণ দৈমাৰীয়ে আনুষ্ঠানিক ভাৱে অংশগ্ৰহণ কৰি ৰাইজক উদ্দেশ্যি ভাষণ প্ৰদান কৰে। ইপিনে উক্ত সময় চোৱাত আমন্ত্ৰিত বিশিষ্ট ব্যক্তি,ফাদাৰ, আৰু খৃষ্টান ধৰ্মৰ লোক সকল উপস্থিত থাকে।

MORE NEWS