Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: বটিয়ামাৰিত মাহজোৰা ভাগৱত পাঠৰ সামৰণিৰ কাৰ্যসূচী ৰথযাত্ৰাৰ শুভ উদ্বোধন কৰে এমচিএলএ অৰ্জুন দৈমাৰীয়ে

Udalguri, Udalguri | Nov 23, 2025
বটিয়ামাৰি নামঘৰত মাহজোৰা ভাগৱত পাঠ আৰু নাম কীৰ্তনৰ বিশেষ আধ্যাত্মিক কাৰ্যসূচী অনুষ্ঠিত হয়। আনহাতে আজি অন্তিম দিনত ৰথযাত্ৰাৰ বিশেষ কাৰ্যসূচী অনুষ্ঠিত হয়। উক্ত কাৰ্যসূচী আনুষ্ঠানিকভাৱে শুভ উদ্বোধন কৰি ৰাইজৰ সতে মত বিনিময় কৰে বিটিচিৰ এমচিএলএ অৰ্জুন দৈমাৰীয়ে। ইপিনে উক্ত সময় চোৱাত এমচিএলএ গৰাকীৰ সতে নামঘৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।

MORE NEWS

ওদালগুৰি: বটিয়ামাৰিত মাহজোৰা ভাগৱত পাঠৰ সামৰণিৰ কাৰ্যসূচী ৰথযাত্ৰাৰ শুভ উদ্বোধন কৰে এমচিএলএ অৰ্জুন দৈমাৰীয়ে - Udalguri News