Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: হৰিশিঙাত আছাই অনুষ্ঠিত কৰা অসম ভিত্তিত বাইক ৰেলীৰ সামৰণিৰ কাৰ্যসূচীক উষ্ম আদৰণি জনালে আঞ্চলিক আছাই

Udalguri, Udalguri | Nov 22, 2025
কেন্দ্ৰীয় আছা উদ্যোগত আদিবাসী জনগোষ্ঠীৰ বিভিন্ন দাবী আৰু সমস্যা সমুহলৈ সমগ্ৰ ৰাজ্যখনতে এটি বাইক ৰেলীৰ কাৰ্যসূচী অনুষ্ঠিত কৰা হয়। জিলা খনৰ বেঘাপাৰাৰ পৰা ৮ নৱেম্বৰত ৰেলী আৰম্ভ কৰি সমগ্ৰ অসম পৰিভ্ৰমণ কৰি জিলা খনৰ হৰিশিঙাত সামৰণি পেলাই। ৰেলীৰ দলটো হৰিশিঙাত আহি উপস্থিত হোৱাত আঞ্চলিক আছাই দলটোক উষ্ম আদৰণি জনায়। কেন্দ্ৰীয় আছাৰ উপ সভাপতি ইছাক লাক্ৰাৰ নেতৃত্বত যোৱা বাইক ৰেলীৰ দলটোত কেন্দ্ৰীয়, জিলা আৰু আঞ্চলিক বিষয় ববিয়া সকলে অংশগ্ৰহণ কৰে।

MORE NEWS