২০২৭ৰ লোকপিয়লৰ পূৰ্বে গাঁথনিগত ভুলক লৈ চলিছে চৰ্চা। ধৰ্ম বিষয়ক প্ৰশ্নত অন্যান্য শিতানত ২৮৭টা বিকল্প অন্তৰ্ভুক্তিক লৈ বিতৰ্ক। 'দ্য হিন্দু'ৰ প্ৰশ্নৰ পাছতে প'ৰ্টেলৰ পৰা আঁতৰাই দিয়া হ'ল ২৮৭টা বিকল্প।