Public App Logo
Jansamasya
News
Maharashtra
Bjp
National
Police
Bihar
बिहार
कांग्रेस
Congress
Modi
Delhi
Viral
Jharkhand
Up
अमित_शाह
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
Pmmodi
Rahulgandhi
यूपी
Uttarpradesh
Haryana
Cricket
Lucknow
Uttarakhand
Sambalpur
Crimenews

ওদালগুৰি: বামুনজুলিত আগছুৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা তিহাৰ সমাৰোহ আৰু অধিবেশনৰ হিচাপ দাখিলৰ লগতে নতুন সমিতি গঠন সভা অনুষ্ঠিত হয়

Udalguri, Udalguri | Nov 20, 2025
বামুনজুলিত বিগত দিনত হৈ যোৱা তিহাৰ সমাৰোহ আৰু অধিবেশনৰ হিচাপ দাখিল সভা এখন আজি বামুণজুলিত অনুষ্ঠিত হয়। উক্ত সভাত পুৰণি সমিতি ভংগ কৰি এখন নতুন সমিতি গঠন কৰা হয়। নতুন সমিতি খনক জিলা আগছু কাৰ্যনিৰ্বাহক ৰূপম আট্টেই শপত বাক্য পাঠ কৰোৱায়। আনহাতে সভা খনত প্ৰাক্তন সভাপতি মনিষ নিম্বু, আঞ্চলিকৰ সভাপতি কিশোৰ ৰায় প্ৰমুখ্যে সংগঠনৰ প্ৰতিনিধি আৰু আৰু কাৰ্যকতা সকল উপস্থিত থাকে।

MORE NEWS

ওদালগুৰিত মেলেৰিয়া প্ৰতিৰোধৰ বাবে DyCEM ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা।

Rihon Daimari

ওদালগুৰিত মেলেৰিয়া প্ৰতিৰোধৰ বাবে DyCEM ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। Rihon Daimari

Udalguri, Udalguri | Jun 22, 2026

ওদালগুৰি জিলাৰ চিকাৰিডাঙাৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰ*মণত ৮ বছৰীয়া ৰজিতা হাছদাৰ মৃ*ত্যু। একেটা পৰিয়ালৰে পিতৃ-মাতৃসহ  ৩ জন লোক গুৰুতৰভাৱে আহ*ত। ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ।

ওদালগুৰি জিলাৰ চিকাৰিডাঙাৰ খৈৰানিত বনৰীয়া হাতীৰ আক্ৰ*মণত ৮ বছৰীয়া ৰজিতা হাছদাৰ মৃ*ত্যু। একেটা পৰিয়ালৰে পিতৃ-মাতৃসহ ৩ জন লোক গুৰুতৰভাৱে আহ*ত। ভুক্তভোগীক ক্ষতিপূৰণৰ দাবী সদৌ অসম চাওতাল ছাত্ৰ সন্থাৰ।

Udalguri, Udalguri | Jun 22, 2026

মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। ওদালগুৰিৰ মেলেৰিয়া অধ্যুষিত অঞ্চল সমূহত বিতৰণ কৰা হ'ব এই আঠুৱা সমূহ। আজি মাজৰগাঁও প্ৰাথমিক বিদ্যালয়ত আঠুৱা বিতৰভ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে।  

Rihon Daimari

মেলেৰিয়া প্ৰতিৰোধৰ বাবে ৰিহণ দৈমাৰীৰ বিশেষ পদক্ষেপ। ৰিহণ দৈমাৰীৰ প্ৰচেষ্টাত বিটিচি চৰকাৰে ওদালগুৰিত বিতৰণ কৰিব ২০ হাজাৰ ঔষধযুক্ত আঠুৱা। ওদালগুৰিৰ মেলেৰিয়া অধ্যুষিত অঞ্চল সমূহত বিতৰণ কৰা হ'ব এই আঠুৱা সমূহ। আজি মাজৰগাঁও প্ৰাথমিক বিদ্যালয়ত আঠুৱা বিতৰভ কাৰ্য্যসূচীৰ শুভাৰম্ভ কৰে বিটিচিৰ উপ-মুখ্য কাৰ্য্যবাহী সদস্য তথা বিধায়ক ৰিহণ দৈমাৰীয়ে। Rihon Daimari

Udalguri, Udalguri | Jun 22, 2026

ওদালগুৰি: বামুনজুলিত আগছুৰ উদ্যোগত অনুষ্ঠিত হৈ যোৱা তিহাৰ সমাৰোহ আৰু অধিবেশনৰ হিচাপ দাখিলৰ লগতে নতুন সমিতি গঠন সভা অনুষ্ঠিত হয় - Udalguri News