Public App Logo
Jansamasya
Haryana
Sambalpur
Cyclone
���ादी
Crimenews
Bareilly
���प
Agra
Biharnews
Jodhpur
Fatehpur
Kanganaranaut
Amitshah
Fire
Live
Jhansi
Yogiadityanath
Rain
Trending
���िवाद
���ोगी_आदित्यनाथ
Sonunigam
Arvindkejriwal
Jajpur
Rajasthannews
���ोधपुर
Rahul
Indianews
���ंगाल
No video available

সোণাৰি: সোণাৰি পৌৰসভাৰ বিৰুদ্ধে অকৰ্মণ্যতাৰ অভিযোগ সোণাৰি সচেতন লোকৰ

Sonari, Charaideo | May 31, 2024
সোণাৰি পৌৰসভাৰ বিৰুদ্ধে অকৰ্মণ্যতাৰ অভিযোগ সোণাৰি সচেতন লোকৰ সোণাৰি নগৰৰ নলা-নৰ্দমা নিষ্কাষণ নকৰাৰ বাবেই হঠাতে অহা এজাক বৰষুণৰ পানীত বুৰ যায় সোণাৰি নগৰ। যাৰ বাবে চৰাইদেউ জিলা যুটীয়া স্বাস্থ্য সঞ্চালকৰ কাৰ্যালয় চৌহদ, বিভিন্ন শিক্ষানুষ্ঠান তথা ব্যৱসায়িক প্ৰতিষ্ঠান। আনহাতে পৌৰসভাৰ অন্তৰ্গত আটাইকেইটা ৱাৰ্ডৰ বাটপথৰ লগতে বাসগৃহৰ ভিতৰতো পানী সোমোৱাৰ পৰিলক্ষিত হয়।শুক্ৰবাৰে তিনি বজাত পাব্লিক এপৰ জৰিয়তে সোণাৰিৰ সচেতন লোকে প্ৰতিক্ৰিয়া প্ৰকাশ কৰে।
সোণাৰি: সোণাৰি পৌৰসভাৰ বিৰুদ্ধে অকৰ্মণ্যতাৰ অভিযোগ সোণাৰি সচেতন লোকৰ - Sonari News