সোণাৰি: শিমলুগুৰিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ শিমলুগুৰি চাৰি আলিত মূল্যবৃদ্ধিৰ বাবে আছুৰ প্ৰতিবাদ শিমলুগুৰি আঞ্চলিক সমিতিৰ
শিমলুগুৰিত সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰতিবাদ শিমলুগুৰিত মূল্যবৃদ্ধিৰ বাবে আছুৰ প্ৰতিবাদ শিমলুগুৰি আঞ্চলিক সমিতিৰ নেতৃত্বত শিমলুগুৰি চাৰি আলিত প্রতিবাদ অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধি ৰোধৰ দাবীত আছুৰ এই প্রতিবাদী কার্য্যসূচী ৰাজ্যবাসীক জুৰুলা কৰা বর্ধিত বিদ্যুৎ মাছুলৰ সমান্তৰালকৈ জ্বলাকলা খোৱা বিদ্যুৎতৰ লুকাভাকু বর্ধিত বিদ্যুৎ মাছুল হ্রাস আৰু অনিয়মীয়া বিদ্যুৎ নিয়মীয়াৰ দাবীত শিমলুগুৰি আঞ্চলিক ছাত্ৰ সন্থাৰ এই প্রতিবাদ। প্ৰতিবাদত চৰকাৰকৰ তীব্র সমালোচনা ছাত্ৰ সন্থাৰ ৷