সোণাৰি: সোণাৰিৰ বিজেপি কার্যালয়ত মহিলা মৰ্চাৰ উদ্যোগত জিলা মহিলা মৰ্চাৰ নাৰী শক্তি বন্দন সমাৰোহ, উপস্থিত বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ
সোণাৰিস্থিত ভাৰতীয় জনতা পাৰ্টীৰ জিলা সমিতিৰ মুখ্য কার্যালয়ত মহিলা মৰ্চাৰ উদ্যোগত নাৰী শক্তি বন্দন সমাপন সমাৰোহ অনুষ্ঠিত। জিলা মহিলা মৰ্চাৰ সভানেত্ৰী প্রণীতা পাংগিং সভাপত্বিতত অনুষ্ঠিত নাৰী শক্তি বন্দন সমাপন সমাৰোহত অংশগ্ৰহণ কৰে সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰে।