বিটিচি নিৰ্বাচনৰ পাছত বাক্সাৰ নাৰায়ণপুৰত প্ৰমোদ বড়ো। ইউপিপিএলৰ কৰ্মী সভাত ভাগ ল’লে প্ৰমোদ বড়োৱে। নিজেই গাড়ী চলাই কৰ্মী সভালৈ আহিল বিটিচিৰ প্ৰাক্তন মুৰব্বী। ইউপিপিএলক সু-সংগঠিত কৰাৰ প্ৰচেষ্টা দলটোৰ নেতৃত্বৰ সাধাৰণভাৱেই কৰ্মীসকলৰ লগত মিলি গ’ল প্ৰমোদ বড়ো।