Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: চহৰৰ জিলা বিপিএফৰ কাৰ্যালয়ত টিচিএলচিচি আৰু ভিচিডিচিৰ অধ্যক্ষক নিযুক্তি পত্ৰ দিয়ে‌ বিটিচিৰ ডিপুটী চীফ ৰিহণ দৈমাৰীয়ে

Udalguri, Udalguri | Nov 24, 2025
বিটিচিৰ শাসনৰ ভাৰ হাতত লোৱাৰ লগে লগে বিটিচিৰ প্ৰধান হাগ্ৰামা মহিলাৰীয়ে সকলো TCLCC আৰু VCDCৰ ভংগ কৰি দিয়ে। আৰু পৰ্যায় ক্ৰমে সকলো পৰিষদীয় সমষ্টিত নতুনকৈ নতুনকৈ নিযুক্তি প্ৰদান কৰা হয়। সেইদৰে ওদালগুৰি জিলাৰ ভৈৰৱকুণ্ড পৰিষদীয় সমষ্টিত আজি TCLCC আৰু VCDC ৰ অধ্যক্ষ সকলক নিযুক্তি পত্ৰ প্ৰদান কৰে বিটিচিৰ ডিপুটী চীফ ৰিহণ দৈমাৰীয়ে।

MORE NEWS

ওদালগুৰি: চহৰৰ জিলা বিপিএফৰ কাৰ্যালয়ত টিচিএলচিচি আৰু ভিচিডিচিৰ অধ্যক্ষক নিযুক্তি পত্ৰ দিয়ে‌ বিটিচিৰ ডিপুটী চীফ ৰিহণ দৈমাৰীয়ে - Udalguri News