Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: মাজবাট বিজেপিৰ প্ৰতিষ্ঠাপক সম্পাদকৰ মৃত্যুত মাজবাটত গৃহত উপস্থিত হৈ শেষ শ্ৰদ্ধা জনালে বিভিন্ন দল সংগঠনৰ প্ৰতিনিধিয়ে

Udalguri, Udalguri | Nov 22, 2025
১৯৯৮ চনৰ পৰা ২০০২ চনলৈ মাজবাট মণ্ডল বিজেপিৰ সাধাৰণ সম্পাদক আৰু ২০০২ চনৰ পৰা ২০০৫ চনলৈ মণ্ডলৰ সভাপতি হিচাপে দায়িত্ব পালন কৰিছিল প্ৰয়াত শিশিৰ কুমাৰ শৰ্মাই। আনহাতে যোৱা নিশা বাৰ্ধক্যজনিত কাৰণত শৰ্মাই শেষ নিশ্বাস ত্যাগ কৰাত অঞ্চলজুৰি শোকৰ ছাঁ পৰে। ইপিনে শৰ্মাৰ খবৰ পাই বিভিন্ন দল সংগঠনৰ প্ৰতিনিধি লগতে পাছনৈ চেৰফাং মণ্ডল বিজেপিৰ সভাপতি জীৱন ডেকা তেখেতৰ মাজবাট গৃহত উপস্থিত হৈ দলীয় পতাকা আৰু পুষ্পাঞ্জলিৰে শেষ শ্ৰদ্ধা জ্ঞাপন কৰে।

MORE NEWS