বেদা গঞ্জু আৰু জৰ্জ শীল সোঁৱৰণী ফুটবলত ওদালগুৰি জয় লাভ।
বেদেতী চাহ বাগিছা খেল পথাৰত অনুষ্ঠিত হৈ থকা বেদা গঞ্জু আৰু জৰ্জ শীল সোৱৰণী ফুটবল প্ৰতিযোগিতাৰ আজি অনুষ্ঠিত চুড়ান্ত খেলত ওদালগুৰি ফুটবল দলে গহপুৰৰ আজন ফুটবল দলক ২-১ গলত পৰাজিত কৰি চুড়ান্ত বিজয়ী হয়।খেলখনত ওদালগুৰিৰ হৈ ৰিংকু তাঁতী আৰু বিমল চুৰেণে এটাকৈ গল দিয়াৰ বিপৰীতে গহপুৰৰ হৈ ৰাজ দলে এটা গল দিবলৈ সক্ষম হয়। খেলৰ অন্তত চুড়ান্ত বিজয়ীক. বঁটা প্ৰদান কৰে সমাজকৰ্মী প্ৰেম লাল গঞ্জুৱে।
#public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Aug 23, 2026