# মঙলদৈ দেৱসন্স নাৰ্চিং হোমত উত্তপ্ত পৰিস্থিত।
# এগৰাকী গাওঁ পঞ্চায়তৰ সভানেত্ৰীৰ ভূল চিকিৎসাৰ বাবে মৃত্যুৰ অভিযোগ।
# নাৰ্চিং হোমখনত ভুল চিকিৎসাৰ বাবে দৰঙৰ আউলাচৌকা গাওঁ পঞ্চায়তৰ সভানেত্ৰী ৰেখা ৰাণী দেৱীৰ মৃত্যু হোৱাৰ অভিযোগ।
#public #friends #highlights #news #viral #reels #everyone #facebook #police #barta24x7
Helem, Biswanath | Aug 23, 2026