Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বাক্সা: ২৭নং নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ অসমা দোং পৰিদৰ্শন কৰি বৰনদীৰ কামৰ শুভাৰম্ভ

Baska, Baksa | Nov 26, 2025
এমছিএলএ ভজেন দাস কেইদিন আগতে বিভাগীয় অভিযন্তা,বিষয়া, ২৭নং নাগ্ৰিজুলী পৰিষদীয় সমষ্টিৰ অসমা দোং পৰিদৰ্শন কৰি বৰনদীৰ পৰা সংযোগ কৰি কাউলী অঞ্চলৰ খেতিয়ক ৰাইজৰ পথাৰ লৈ জলসিঞ্চনৰ‌ ব্যৱস্থা বাবে পদক্ষেপ হাতত লয় । আজি বিভাগীয় কৰ্তৃপক্ষই তাৰে সঠিক জোখ মাখৰ বাবে উপস্থিত হয়।

MORE NEWS