Public App Logo
Jansamasya
News
पुलिस
Bjp
National
Police
Bihar
India
कांग्रेस
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
मारपीट
Jharkhand
Up
Bollywood
Breakingnews
Narendramodi
Madhya_pradesh
उत्तरप्रदेश
Pmmodi
Rahulgandhi
यूपी
कानपुर
Uttarpradesh
Haryana
मंत्री

ওদালগুৰি: ডিমাকুচি আছাৰ কাৰ্যালয় আদিবাসী চাহ জনগোষ্ঠীৰ কোটাত অন্য লোকৰ নাম অন্তৰ্ভুক্ত কৰা সন্দৰ্ভত জিলা আছাৰ সংবাদ মেল

Udalguri, Udalguri | Nov 19, 2025
যোৱা ১৫ নৱেম্বৰত আদিবাসী চাহ জনগোষ্ঠীৰ প্ৰাৰ্থীৰ LP আৰু UP শিক্ষক নিযুক্তিৰ বাবে এখন ৯৬জনীয়া মেৰিট লিষ্ট ওলায়। লিষ্ট খনত ২৩ গৰাকী অন্য জনগোষ্ঠীৰ লোকৰ নাম অন্তৰ্ভুক্ত হোৱা বুলি জিলা আছাই সন্দেহ প্ৰকাশ কৰে।লগতে অহা ২০ নৱেম্বৰত উক্ত প্ৰাৰ্থী সকলক অসম চৰকাৰে নিযুক্তি প্ৰদান কৰিব। উক্ত ২৩ গৰাকী প্ৰাৰ্থীৰ ওপৰত তদন্ত কৰিবলৈ সংবাদ মেল যোগে জিলা আছাৰ সভাপতি শিৱদত তান্তীয়ে চৰকাৰক দাবী জনায়। আনহাতে আজি বিষয়টোৰ সন্দৰ্ভত জিলা আছাই জিলা আয়ুক্তক এখন স্মাৰক পত্ৰ প্ৰদান কৰে।

MORE NEWS

বানবিধ্বস্ত উজনিৰ ৰাইজৰ কাষত নিখিল বড়ো ছাত্ৰ সন্থা। দুখন গাঁও পুনৰ নিৰ্মাণৰ বাবে ৰাওনা এবছুৰ ২০০ জনীয়া দল। প্লাবিত শিক্ষানুষ্ঠান সমূহো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি পুনৰ পাঠদানৰ উপযোগী কৰি তোলাৰ লক্ষ্য ।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ পৰাও ৰাওনা এবছুৰ এটা দল

 All Bodo Students Union - ABSU

বানবিধ্বস্ত উজনিৰ ৰাইজৰ কাষত নিখিল বড়ো ছাত্ৰ সন্থা। দুখন গাঁও পুনৰ নিৰ্মাণৰ বাবে ৰাওনা এবছুৰ ২০০ জনীয়া দল। প্লাবিত শিক্ষানুষ্ঠান সমূহো পৰিষ্কাৰ-পৰিচ্ছন্ন কৰি পুনৰ পাঠদানৰ উপযোগী কৰি তোলাৰ লক্ষ্য ।অসমৰ বিভিন্ন প্ৰান্তৰ লগতে ওদালগুৰিৰ পৰাও ৰাওনা এবছুৰ এটা দল All Bodo Students Union - ABSU

Udalguri, Udalguri | Aug 14, 2026

দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওদালগুৰি আৰক্ষীৰ উদ্যোগত আজি ভাৰত-ভূটান সীমান্তলৈ এক বিশাল বাইক ৰেলী উলিওৱা হয়। ওদালগুৰিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলীয়ে ভাৰত-ভূটান সীমান্তৰ দিশে যাত্ৰা কৰে।

দেশৰ স্বাধীনতা দিৱসৰ প্ৰাকক্ষণত ওদালগুৰি আৰক্ষীৰ উদ্যোগত আজি ভাৰত-ভূটান সীমান্তলৈ এক বিশাল বাইক ৰেলী উলিওৱা হয়। ওদালগুৰিৰ জ্যেষ্ঠ আৰক্ষী অধীক্ষকৰ কাৰ্যালয়ৰ পৰা আৰম্ভ হোৱা এই বাইক ৰেলীয়ে ভাৰত-ভূটান সীমান্তৰ দিশে যাত্ৰা কৰে।

Udalguri, Udalguri | Aug 14, 2026

আজি ABVP ডিমাকুছি নগৰ শাখা উদ্যোগত  ৮০ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ডিমাকুছি নগৰত বিশাল ত্ৰিৰংগা যাত্ৰা অনুষ্ঠান অনুষ্ঠিত কৰা হয়।

#ABVP

আজি ABVP ডিমাকুছি নগৰ শাখা উদ্যোগত ৮০ সংখ্যক স্বাধীনতা দিৱসৰ লগত সংগতি ৰাখি ডিমাকুছি নগৰত বিশাল ত্ৰিৰংগা যাত্ৰা অনুষ্ঠান অনুষ্ঠিত কৰা হয়। #ABVP

Udalguri, Udalguri | Aug 14, 2026