ওদালগুৰি: খৈৰাবাৰীত ষ্টেডিয়াম নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় বিটিচিৰ ইএম লৌমশ্ৰাউ দৈমাৰীয়ে
ওদালগুৰি জিলাৰ খৈৰাবাৰীত খেলুৱৈ সকলক সুবিধাৰ বাবে এটি মিনি ষ্টেডিয়াম নিৰ্মাণৰ কাম আৰম্ভ হয়। ইপিনে উক্ত ষ্টেডিয়াম নিৰ্মাণৰ কাম পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লোৱাৰ লগতে বিভাগীয় কৰ্তৃপক্ষৰ সতে মত বিনিময় কৰে বিটিচিৰ ইএম লৌমশ্ৰাউ দৈমাৰীয়ে। আনহাতে উক্ত সময় চোৱাত ইএম গৰাকীৰ সতে দলীয় কৰ্মকৰ্তা, বিভাগীয় কৰ্তৃপক্ষ আৰু অঞ্চলৰ লোক উপস্থিত থাকে।