ড্ৰাগছ বিৰুধী অভিযানত ডিব্ৰুগড় আৰক্ষীৰ বৃহত সাফল্য...
আজি সন্ধিয়া আমোলাপট্টি ৰেল ক্ৰছিংৰ সন্মুখত চলা এক অভিযানত চহৰখনৰ ৰেলৱে কলনিৰ ড্ৰাগছ সৰবৰাহকাৰী শেখৰ নামৰ এজন পৰা বুজন পৰিমাণৰ ড্ৰাগছ উদ্ধাৰ কৰিবলৈ সক্ষম হয়।
সুত্ৰ অনুসৰি এই বিগত বহুদিন ধৰি এই অঞ্চলত বৃহত ড্ৰাগছ ৰমৰমীয়া ব্যৱসায়ৰ চলি আহিছে, যাৰ পৰিপ্ৰেক্ষিতত আজি আৰক্ষী সক্ষম হয় এজন ড্ৰাগছ সৰবৰাহকাৰীক আটক...
Dibrugarh East, Dibrugarh | Jun 5, 2026