Public App Logo
Jansamasya
Punjab
Pratapgarh
Live
Westbengal
Ballia
Farrukhabad
Mirzapur
Rain
Haridwar
Tikamgarh
Trending
Prayagraj
Modiji
Protest
���तरपुर
���ोगी_आदित्यनाथ
Letestnews
Arvindkejriwal
Weather
Hapur
Noida
Rahul
Indianews
New_delhi
Akhileshyadav
Newsupdate
Upnews
Dehradun
Viralvideo

ওদালগুৰি: কলাইগাঁৱত জুবিন গাৰ্গ ফেন ক্লাৱে উদযাপন কৰে হাৰ্টথ্ৰব জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিৱস

Udalguri, Udalguri | Nov 18, 2025
ওদালগুৰি জিলাৰ কলাইগাঁৱত জুবিন গাৰ্গ ফেন ক্লাৱৰ উদ্যোগত আৰু জুবিন অনুৰাগীৰ সহযোগত প্ৰানৰ শিল্পী জুবিন গাৰ্গৰ ৫৩ সংখ্যক জন্ম দিৱস উদযাপন কৰা হয়। দিৱসৰ সতে সংগতি ৰাখি চহৰৰ বিভিন্ন প্ৰান্তত নাহৰৰ পুলি ৰোপণ, স্মৃতি তৰ্পণ, মাল্যাৰ্পণ,এহাজাৰ গছি বন্তি প্ৰজ্বলন, মায়াবিনী গীত পৰিৱেশন,আয়তী নাম, আৰু জুবিন গাৰ্গৰ গীত পৰিৱেশন কৰা হয়। কাৰ্যসূচীত কেন্দুকলাই সাহিত্য সমাজৰ সভাপতি বিজয় কৃষ্ণ শৰ্মা, কলাইগাঁও আছুৰ সভাপতি ত্ৰৈলোক্য বৰুৱা, আৰক্ষী বিষয়া জীৱন মাৰাক উপস্থিত থাকে।

MORE NEWS