Install App
Login
HOME
Delhi
Haryana
Uttar Pradesh
Bihar
Chhattisgarh
Madhya Pradesh
Rajasthan
Jharkhand
Himachal Pradesh
Uttarakhand
Punjab
Andhra Pradesh
Telangana
Tamil Nadu
Karnataka
Maharashtra
Assam
West Bengal
Tripura
Gujarat
Odisha
Kerala
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
बीजेपी
Accident
Congress
Modi
Delhi
Viral
मारपीट
Crime
आग
Up
मध्यप्रदेश
Bollywood
दिल्ली
Breakingnews
Madhya_pradesh
Cm
Nsui
उत्तरप्रदेश
Pmmodi
Rahulgandhi
Uttarpradesh
mndr6277
গহপুৰত গৰু চোৰৰ উপদ্ৰৱ । বিভিন্ন প্ৰান্তত সঘনাই চুৰি হৈছে গোহালীৰ গৰু। চোৰ ধৰাত ব্যৰ্থ আৰক্ষী। 📌 গহপুৰত অব্যাহত গৰু চোৰৰ চুৰি কাণ্ড। যোৱা নিশা কলাবাৰী কেকোৰাবাৰী গাঁৱৰ নিবাসী কানু মহন্ত আৰু পদুম মহন্তৰ গোহালি গৃহৰ পৰা তিনিটাকৈ গৰু চোৰে চুৰি কৰি নিয়ে। কানু মহন্তৰ গৃহৰ পৰা এজনী জাৰ্চী চেউৰী গাইৰ লগতে এটা দমৰা পোৱালি ৰ আৰু পদুম মহন্তৰ গোহালি গৃহৰ পৰা এজনী চেউৰী গাই চুৰি কৰি নিয়ে। আনহাতে কানু মহন্তৰ গোহালি গৃহৰ পৰা এজনী গাভিনী জাৰ্চী গাই চোৰে চুৰি কৰি নিছিল যদিও পাছত নিব নোৱাৰি কেইকিলোমিটাৰ মান দূৰত এজোপা গছত গৰু জনি বান্ধি চোৰ উধাও হয়। ইতিমধ্যে হাৱাজান আৰক্ষী চকীত চুৰি কাণ্ড ঘটনাটো অৱগত কৰিছে গৃহস্থই। দীৰ্ঘদিন দিনৰ গহপুৰৰ বিভিন্ন অঞ্চলত এইদৰে চুৰি কাণ্ড সংঘটিত হৈ আহিছে যদিও আৰক্ষীয়ে এটাও নিজে চোৰ ধৰিবলৈ সক্ষম হোৱা নাই। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7 #biswnath #crime #Gohpur
Helem, Biswanath
| Sep 11, 2026
#public
#friends
#highlights
#news
#viral
#reels
#everyone
#facebook
#barta24x7
#biswnath
#crime
#gohpur
MORE NEWS
বীৰ বীৰছা মুণ্ডা সোঁৱৰণী ফুটবলৰ চূড়ান্ত খেল পঞ্চম আসম কামাণ্ডো বেটলিয়ান বনাম ইউ কে বি মনিপুৰ।
Helem, Biswanath | Sep 13, 2026
গহপুৰৰ হেলেমৰ ১৫ নং ৰাষ্ট্ৰীয় ঘাইপথত আকৌ পথ দুৰ্ঘটনা। ই - ৰিক্সাত খুন্দা ৱেগনাৰ বাহনৰ। চালক সহ তিনিজন গুৰুত্বৰ ভাৱে আহত । #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 13, 2026
বাতৰি কৰিবলৈকে লজ্জা অনুভৱ কৰিছোঁ। ( কি হব ধৰিছে এইখন অসমত । সচাকৈ কলি যুগ) ডিমৌৰ ১ নং উদয়পুৰত সভ্য সমাজক লজ্জানত কৰা ঘটনা। পিতৃৰ যৌন নিৰ্যাতনত সাত মাহৰ অন্তসত্বা যুৱতী। ঘটনা পোহৰলৈ অহাত গাঁওখনত উত্তেজনা। ১ নং উদয়পুৰ গাঁৱৰ ৰাতুল ওৰফে দুৰ্গা দাসে বিশেষভাৱে সক্ষম কন্যাক যৌন নিৰ্যাতন চলাই গৰ্ভৱতী কৰাৰ অভিযোগ। জঘন্য কাণ্ড সংঘটিত কৰা দুৰ্গা দাসক বিচাৰি গাঁৱৰ মহিলা সকলে লম্পটটোৰ ঘৰত উপস্থিত হৈ পৰিবেশ উত্তপ্ত কৰি তোলে। ৰাইজৰ ৰোষত পৰাৰ ভয়ত আত্মগোপন দুৰ্গা দাসৰ। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 12, 2026
শ্বহীদ মুকুন্দ কাকতি স্মৃতি ফুটবল প্ৰতিযোগিতাৰ দ্বিতীয়খন কোৱাৰ্টাৰ ফাইনেলত মিক্সাৰ বইজ ফুটবল একাদশৰ জয়লাভ। অহা কাইলৈৰ খেল হেলেম চাহ বাগিছা বনাম ব্ৰক্ষ্মাজান চাহ বাগিছা। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 12, 2026
বিহালীত নিশা শোকাৱহ পথ দুৰ্ঘটনা, থিতাতে নিহত ২ যুৱক..... বিহালী সমষ্টিৰ কাছাৰীত নিশা সংঘটিত হয় এক শোকাৱহ পথ দুৰ্ঘটনা । তথ্য অনুসৰি, নিশা ৰাংচালী দলনীৰ যুৱক ৰূপম দাস আৰু টেলেঙ্গনীয়াৰ যুৱক গজেন্দ্ৰ মালাহে বাইকেৰে আহি থকা সময়তে পথৰ কাষৰ এটা বৈদ্যুতিক খুঁটাত প্ৰচণ্ড জোৰে খুন্দা মাৰে । ফলত ঘটনাস্থলীতে মৃত্যু হয় দুই যুৱকৰ । দুৰ্ঘটনা সংঘটিত হোৱা বাইকখনৰ নাম্বাৰ AS12V4073 । পুৱাৰ ভাগত পথাচাৰীয়ে মৃতদেহ প্ৰত্যক্ষ কৰি আৰক্ষীক খবৰ দিয়াত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ মৃতদেহ দুটা উদ্ধাৰ কৰি মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । আৰক্ষীয়ে দুৰ্ঘটনাৰ বিষয়ে তদন্ত আৰম্ভ কৰিছে । #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 12, 2026
কৃষক শ্ৰমিক নেতা প্ৰণৱ দলেৰ মুক্তিৰ দাবীত বোকাখাতত CPI (M) ৰ বিশাল প্ৰতিবাদ। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 11, 2026
শ্বহীদ বীৰ বীৰছা মুণ্ডা সোঁৱৰণী ফুটবলৰ অন্তিমখন ছেমি ফাইনেলত ইউ কে বি ফুটবল দল, মনিপুৰৰ জয়লাভ। দেওবাৰে চূড়ান্ত খেলত অংশগ্ৰহণ কৰিব পঞ্চম অসম কামাণ্ডো বেটলিয়ান ফুটবল বনাম ইউ কে বি ফুটবল দল, মনিপুৰৰ মাজত। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 11, 2026
অৱশেষত টায়াৰৰ পৰা মুক্ত হ ল বনৰীয়া হাতীটো। #public #friends #highlights #news #viral #reels #everyone #facebook #barta24x7
Helem, Biswanath | Sep 11, 2026