Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বাক্সা: অচিনাকি বাহনৰ খুন্দাত মৃত্যু হোৱা বুলি সন্দেহ হৰিপুৰৰ ধনমনি নাথৰ মৃত্যু

Baska, Baksa | Nov 8, 2025
অচিনাকি বাহনৰ খুন্দাত মৃত্যু হোৱা বুলি সন্দেহ হৰিপুৰৰ ধনমনি নাথৰ মৃত্যু। ৰাসৰ কাৰ্যসূচী উপভোগ কৰি ঘৰলৈ উভতাৰ পথতেই মুখ্যপথত পৰি থাকিল ধনমনি নাথ। ৰক্তাক্ত, চিন্নভিন্ন ধনমনি নাথ শৰীৰ ।  ধনমনি নাথৰ মৃতদেহ প্ৰত্যক্ষ কৰি অনুমান কৰে ৰাইজে কোনো অচিনাক্ত বাহনে খুন্দাইছে ধনমনি নাথক ।

MORE NEWS