বাক্সা: আজি ভগৱান বিৰছা মুণ্ডা জী'ৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি জনজাতীয় গৌৰৱ দিৱস উদযাপন
Baska, Baksa | Nov 10, 2025 ভগৱান বিৰছা মুণ্ডা জী'ৰ ১৫০ বছৰীয়া জন্ম জয়ন্তীৰ লগত সংগতি ৰাখি জনজাতীয় গৌৰৱ দিৱস উদযাপন উপলক্ষে তামুলপুৰ জিলা অনুসূচিত জনজাতি মৰ্চাৰ উদ্যোগত শুক্লাই ছেৰফাং মণ্ডলৰ অন্তৰ্গত শুক্লাই কৃষি বিজ্ঞান গবেষণা কেন্দ্ৰৰ চৌহদত বৃক্ষ ৰোপণ কাৰ্যসূচী সম্পন্ন কৰা হয়। উক্ত কাৰ্য্যসূচীত মূখ্য ৰোপক হিচাপে উপস্থিত থাকে বিটিচিৰ প্ৰাক্তন কাৰ্যবাহী সদস্য ৰনেন্দ্ৰ নাৰ্জাৰী।