📌বৰপেটা আৰু গণককুছি সত্ৰ দৰ্শন তেলেগু ছবিৰ অভিনেত্ৰী অসম কন্যা ভৈৰৱী আৰাধ্যা ডেকাৰ 📌‘কোথা মালুপু’ ছবিত মুখ্য চৰিত্ৰত অভিনয় কৰি দক্ষিণ ভাৰতীয় চলচ্চিত্ৰ জগতত খোজ পেলাইছে অভিনেত্ৰীগৰাকীয়ে 📌নিজৰ অসমীয়া পৰিচয়ক লৈ গৌৰৱান্বিত ভৈৰৱীৰ ভৱিষ্যতে অধিক ছবিত অভিনয়ৰ আশা #NewsUpdate #AssamNews #PrimeNews #PrimeNews24