Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

বাক্সা: বাক্সাৰ পৰা ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশাল ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যাত্ৰা

Baska, Baksa | Nov 25, 2025
ভাৰতীয় জনতা যুৱ মৰ্চা, বাক্সা জিলাক প্ৰতিনিধিত্ব কৰি গুজৰাটত অনুষ্ঠিত হ'বলগীয়া লৌহমানৱ সৰ্দাৰ বল্লভভাই পেটেলৰ ১৫০ সংখ্যক জন্মজয়ন্তী উপলক্ষে বিশাল ৰাষ্ট্ৰীয় পৰ্যায়ৰ পদযাত্ৰাত অংশগ্ৰহণ কৰাৰ উদ্দেশ্যে যাত্ৰা আৰম্ভ কৰা বাক্সা জিলা যুৱ মৰ্চাৰ অৰ্ন্তগত শালবাৰী মণ্ডলৰ সভাপতি ৰূপম ছেত্ৰী আৰু মথনগুৰি মণ্ডলৰ কার্যকর্তা অংকুৰ নাথৰ।

MORE NEWS