Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: চেনীয়ালপাৰাত অৱস্থিত বিষ্ণু মন্দিৰৰ মনিকূট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰে বিটিচিৰ এমচিএলএ দিগন্ত বৰুৱাই

Udalguri, Udalguri | Nov 24, 2025
জিলা খনৰ চেমনীয়াপাৰাত অৱস্থিত বিষ্ণু মন্দিৰৰ মনিকূট নতুনকৈ নিৰ্মাণ কৰিবৰ বাবে আধাৰশিলা স্থাপন কৰা হয়। উক্ত বিষ্ণু মন্দিৰৰ মনিকূট নিৰ্মাণৰ আধাৰশিলা স্থাপন কৰি উপস্থিত ৰাইজৰ সতে মত বিনিময় কৰে বিটিচিৰ এমচিএলএ দিগন্ত বৰুৱাই। আনহাতে উক্ত সময় চোৱাত এমচিএলএ গৰাকীৰ সতে আমন্ত্ৰিত বিশিষ্ট ব্যক্তি, মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি সম্পাদকৰ লগতে বিষয় ববিয়া আৰু কাৰ্যকতা সকলৰ লগতে অঞ্চলৰ ধৰ্মপ্ৰাণ ৰাইজ উপস্থিত থাকে।

MORE NEWS