Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: ডিমাকুচিত অনুষ্ঠিত হয় চাহ মজদুৰ সংঘৰ বিশেষ জৰুৰী সভা, উপস্থিত থাকে চাহ মজদুৰ সংঘৰ মঙলদৈ শাখাৰ সভাপতি ৰতন কুৰ্মী

Udalguri, Udalguri | Nov 21, 2025
সমাগত ১০ ডিচেম্বৰত আছা আৰু চাহ মজদুৰ সংঘৰ উদ্যোগত জনগোষ্ঠীটোৰ বিভিন্ন দাবী সন্দৰ্ভত দিল্লীৰ যন্তৰ মন্তৰত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰা হ'ব।সেয়ে উক্ত কাৰ্যসূচী ৰূপায়ণ সন্দৰ্ভত বিভিন্ন দিশ সামৰি ডিমাকুচি চাহ বাগিচাত চাহ মজদুৰ সংঘ মঙলদৈ শাখাই এই এখন বিশেষ জৰুৰী সভা অনুষ্ঠিত কৰে। উক্ত সভাত মঙলদৈ শাখাৰ সভাপতি ৰতন কুৰ্মী,আনলাৰ প্ৰাক্তন কেদাৰ সুভাষ চবৰ, সংঘৰ বিষয়ববীয়া আছমান তান্তী প্ৰমুখ্যে চাহ মজদুৰ সকল উপস্থিত থাকে।

MORE NEWS