Public App Logo
Jansamasya
हादसा
News
Bjp
National
Police
Bihar
Congress
Modi
Delhi
Viral
Crime
Jharkhand
Up
Bollywood
दिल्ली
Breakingnews
Nitishkumar
Madhya_pradesh
Mp
Nsui
Madhyapradesh
Pmmodi
Rahulgandhi
Actor
Haryana
Uttarpradesh
Cbse
Uttarakhand
Crimenews

ওদালগুৰি: বামুনজুলিত আদিবাসী অধিকাৰ দিৱস উদযাপন কৰা হয়, উপস্থিত থাকে জিলা আছাৰ সভাপতি শিৱদত তান্তী

Udalguri, Udalguri | Nov 24, 2025
২০০৭ চনত গুৱাহাটীৰ বেলতলাত আছাৰ আন্দোলনকাৰীক আক্ৰমণ কৰাত বহু যুৱক যুৱতী হতাহত হয়। সেয়ে ২৪ নৱেম্বৰৰ দিনটো আছাই আদিবাসী অধিকাৰ দিৱস পালন কৰি আহিছে। সেই অনুসৰি জিলা খনৰ বামুণজুলি চাহ বাগিচাত বামুণজুলি আছাই আদিবাসী অধিকাৰ দিৱস উদযাপন কৰে। ইপিনে উক্ত সময় চোৱাত জিলা আছাৰ সভাপতি শিৱদত তান্তী,বামুনজুলি আছাৰ সভাপতি অব্ৰাহম অন্ধ, চাহ মজদুৰ সংঘৰ সম্পাদক বিনোদ প্ৰজা প্ৰমুখ্যে কাৰ্যকৰ্তা আৰু অঞ্চলৰ ৰাইজ উপস্থিত থাকে।

MORE NEWS

ওদালগুৰি: বামুনজুলিত আদিবাসী অধিকাৰ দিৱস উদযাপন কৰা হয়, উপস্থিত থাকে জিলা আছাৰ সভাপতি শিৱদত তান্তী - Udalguri News