Public App Logo
@ বিহালীৰ ৰটোৱা আভাৰ ব্ৰিজত মাহেন্দ্ৰ বলেৰ পিক আপ বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ দাঁতিত দুৰ্ঘটনা গ্ৰস্ত .। @ বাহনখত থকা লোকসকল সামান্য আঘাতপ্ৰাপ্ত হয়। @ঘটনা স্থলীত জিনজিয়া আৰক্ষীয়ে উপস্থিত হৈ আঘাতপ্ৰাপ্ত লোকসকলক চিকিৎসালয় লৈ প্ৰেৰণ। @ দুৰ্ঘটনা গ্ৰস্ত হোৱা বাহনৰ পঞ্জীয়ন নং AS32C3085 #public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur #barta24x7 - Helem News