বিশ্বনাথত ২৩টা গৰুসহ বাহন জব্দ
বিশ্বনাথত নিষ্ঠুৰ আৰু অমানৱীয়ভাৱে গৰু পৰিবহণৰ অভিযোগত আৰক্ষীয়ে ২৩টা গৰুসহ এখন বাহন জব্দ কৰে। বিশেষ সূত্ৰৰ পমখেদি ASI জানমণি দাসৰ নেতৃত্বত আৰক্ষীৰ দলে ৰতোৱা টোল প্লাজাত নাকা তালাচী চলাই AS12CC6155 নম্বৰৰ বাহনখন আটক কৰাৰ লগতে আব্দুল চাতাৰ , চাইফুল ইছলাম ছয়দুল ৰহমান,আৰু আমিৰ আলী নামৰ চাৰিজন ব্যক্তিক আটক কৰিছে।
#public #friends #highlights #news #viral #reels #everyone #facebook #police #biswnath #crime #Gohpur #barta24x7