👉ৰঙাজান ট্ৰেজেডীত প্ৰথমজন লোকক আটক 👉আৰক্ষীৰ জালত ট্ৰেভেলাৰৰ মালিক আনজিৰ আলী 👉নগাঁৱৰ নতুন পানীগাঁৱৰ পৰা বোকাখাত আৰক্ষীয়ে আটক কৰে আনজিৰক 👉যান-বাহন আইন ভংগৰ অভিযোগত আটক মালিকজন #Challenges #Assam #insident #tanding #kajironga #nagaon #assam