🚨 ৰঙাজানৰ ভয়ংকৰ পথ দুৰ্ঘটনাত ২৬ জনৰ মৃত্যুৰ পিছতে ট্ৰেভেলাৰৰ মালিক আঞ্জিৰ আলীক আটক বোকাখাত আৰক্ষীৰ। ৬০ ঊৰ্ধ্বৰ চালক নিয়োগৰ অভিযোগ মালিকৰ বিৰুদ্ধে। ইতিমধ্যে ন্যায়ালয়ত হাজিৰ কৰোৱা হৈছে। #BreakingNews #BokakhatPolice #RangajanAccident #Kaziranga #RoadAccident #AssamNews