⭕মুগকুছি মিলন নাট্যগোষ্ঠীৰ আখৰাৰ শুভাৰম্ভ
⭕মুগকুছি সংস্কৃতি ভৱনত অনুষ্ঠিত এই শুভাৰম্ভ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অভিনেতা যাদৱ ডেকাই
⭕নাৰিকল ভাঙি মাংগলি কাৰ্য সম্পন্ন কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি জয়ন্ত হাজৰিকাই
⭕পাণ্ডুলিপি উন্মোচন কৰে বৰভাগ কলেজৰ অৱসৰী অধ্যক্ষ ফণীধৰ ডেকাই
#reharsal
#Starting
#milanmughkuchi
#axombroadcast24
Nalbari, Nalbari | Aug 17, 2026