Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

News in Nalbari

⭕নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় ৩.০ ৰ ৱাৰ্ড পৰ্য্যায়ৰ  অনুষ্ঠান*  *অৰুনোদয় ৩.০ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ ভাৰ্চুৱেল পোনপটীয়া সম্প্ৰচাৰ*
#arunodai 
#nalbari
#districtlibrary
#axombroadcast24

⭕নলবাৰী জিলা পুথিভঁৰাল প্ৰেক্ষাগৃহত অৰুণোদয় ৩.০ ৰ ৱাৰ্ড পৰ্য্যায়ৰ অনুষ্ঠান* *অৰুনোদয় ৩.০ ৰ শুভাৰম্ভ মুখ্যমন্ত্ৰীৰ অনুষ্ঠানৰ ভাৰ্চুৱেল পোনপটীয়া সম্প্ৰচাৰ* #arunodai #nalbari #districtlibrary #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕"কোনেও একো দিয়া নাই আমাক "
⭕"ৰাতি আমি গছৰ তলতে থাকিবলগীয়া হৈছে"
⭕"কোনেও খবৰ লোৱা নাই আমাৰ"
⭕"সাহায্য দিবলৈ অহা গাড়ীয়ে পানীৰ বটল দলিয়াইহে দি যায় 
⭕"পানীৰ বটল খোল খাই পৰি যায় আমি ল'ব নোৱাৰোঁ"
⭕নাজিৰাৰ চেলেংপথাৰত বন্যাৰ্তই প্ৰকাশ কৰিলে মনৰ ক্ষোভ।
#AssamFloods 
#NaazirRa 
#sivasagar 
#axombroadcast24

⭕"কোনেও একো দিয়া নাই আমাক " ⭕"ৰাতি আমি গছৰ তলতে থাকিবলগীয়া হৈছে" ⭕"কোনেও খবৰ লোৱা নাই আমাৰ" ⭕"সাহায্য দিবলৈ অহা গাড়ীয়ে পানীৰ বটল দলিয়াইহে দি যায় ⭕"পানীৰ বটল খোল খাই পৰি যায় আমি ল'ব নোৱাৰোঁ" ⭕নাজিৰাৰ চেলেংপথাৰত বন্যাৰ্তই প্ৰকাশ কৰিলে মনৰ ক্ষোভ। #AssamFloods #NaazirRa #sivasagar #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕নলবাৰীৰ মাধাপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী চামচুল আলীয়ে নাজিৰাৰ বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ালে সহায়ৰ হাত 
⭕খাদ্য সামগ্ৰী,পশু খাদ্য,মহিলাৰ চেনিটাৰী পেড,শিশু খাদ্যৰ লগতে কেইবাটাও পৰিয়ালক চামচুলে প্ৰদান কৰিলে আৰ্থিক সাহায্য 
⭕চামচুল আলীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা নাজিৰাৰ বানাক্ৰান্ত লোকৰ
#nazira 
#flood 
#relief 
#businessman 
#nalbari 
#axombroadcast24

⭕নলবাৰীৰ মাধাপুৰৰ ক্ষুদ্ৰ ব্যৱসায়ী চামচুল আলীয়ে নাজিৰাৰ বানাক্ৰান্ত ৰাইজলৈ আগবঢ়ালে সহায়ৰ হাত ⭕খাদ্য সামগ্ৰী,পশু খাদ্য,মহিলাৰ চেনিটাৰী পেড,শিশু খাদ্যৰ লগতে কেইবাটাও পৰিয়ালক চামচুলে প্ৰদান কৰিলে আৰ্থিক সাহায্য ⭕চামচুল আলীৰ মহানুভৱতাক ভূয়সী প্ৰশংসা নাজিৰাৰ বানাক্ৰান্ত লোকৰ #nazira #flood #relief #businessman #nalbari #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕নলবাৰী চহৰত জ্বলি উঠিল চলন্ত গ্ৰীণ বাছ
⭕গুৱাহাটীৰ পৰা নলবাৰী চামতা অভিমুখী গ্ৰীণ বাছত হঠাৎ লাগিল জুই 
⭕কথমপি প্ৰাণ ৰক্ষা বাছখনত উঠি অহা যাত্ৰীৰ
 ⭕অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে জুই
#nalbari 
#Greenbus 
#burntout 
#axombroadcast24

⭕নলবাৰী চহৰত জ্বলি উঠিল চলন্ত গ্ৰীণ বাছ ⭕গুৱাহাটীৰ পৰা নলবাৰী চামতা অভিমুখী গ্ৰীণ বাছত হঠাৎ লাগিল জুই ⭕কথমপি প্ৰাণ ৰক্ষা বাছখনত উঠি অহা যাত্ৰীৰ ⭕অগ্নিনিৰ্বাপক বাহিনীয়ে নিয়ন্ত্ৰণ কৰে জুই #nalbari #Greenbus #burntout #axombroadcast24

Nalbari, Nalbari | Aug 1, 2026

⭕মূৰত গামোচাৰ পাগুৰি ডিঙিত গামোচা লৈ বন্যাৰ্তৰ কাষত ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হুছেইন মনছুৰী 
⭕বন্যাৰ্তলৈ আগবঢ়ালে সহায়ৰ হাত
#AssamFloods 
#husainmansuri 
#floodrelief 
#socialmediainfluencer

⭕মূৰত গামোচাৰ পাগুৰি ডিঙিত গামোচা লৈ বন্যাৰ্তৰ কাষত ছ'চিয়েল মিডিয়া ইনফ্লুৱেঞ্চাৰ হুছেইন মনছুৰী ⭕বন্যাৰ্তলৈ আগবঢ়ালে সহায়ৰ হাত #AssamFloods #husainmansuri #floodrelief #socialmediainfluencer

Nalbari, Nalbari | Jul 31, 2026

⭕বৰক্ষেত্ৰীৰ দৌলাশালত ব্ৰহ্মপুত্ৰৰ নদীৰ সুতিৰ গৰাখহনীয়া।
⭕খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই।
⭕খহনীয়া ৰোধৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস প্ৰদান বিধায়ক ডেকাৰ
#nalbari 
#RiverErosion 
#affected 
#areavisitedbynarayandeka
#axombroadcast24

⭕বৰক্ষেত্ৰীৰ দৌলাশালত ব্ৰহ্মপুত্ৰৰ নদীৰ সুতিৰ গৰাখহনীয়া। ⭕খহনীয়াগ্ৰস্ত অঞ্চল পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাই। ⭕খহনীয়া ৰোধৰ বাবে শীঘ্ৰেই কাৰ্যকৰী ব্যৱস্থা গ্ৰহণ কৰা হ’ব বুলি স্থানীয় ৰাইজক আশ্বাস প্ৰদান বিধায়ক ডেকাৰ #nalbari #RiverErosion #affected #areavisitedbynarayandeka #axombroadcast24

Nalbari, Nalbari | Jul 30, 2026

⭕বান সাহায্য সংগ্ৰহৰ ব্যতিক্ৰমী প্ৰয়াস 
⭕মংগলদৈত এহাল যুৱক-যুৱতীয়ে লোকপৰিৱেশ্য কলা পুতলা নাচ প্ৰদৰ্শন কৰি বান সাহায্য সংগ্ৰহৰ চলাইছে চেষ্টা
#floodrelief 
#puppetshow 
#mangaldoi 
#AssamFloods 
#axombroadcast24

⭕বান সাহায্য সংগ্ৰহৰ ব্যতিক্ৰমী প্ৰয়াস ⭕মংগলদৈত এহাল যুৱক-যুৱতীয়ে লোকপৰিৱেশ্য কলা পুতলা নাচ প্ৰদৰ্শন কৰি বান সাহায্য সংগ্ৰহৰ চলাইছে চেষ্টা #floodrelief #puppetshow #mangaldoi #AssamFloods #axombroadcast24

Nalbari, Nalbari | Jul 30, 2026

⭕বানপানীত মৃত্যুবৰণ কৰা লোকৰ প্ৰতি গীতেৰে বিশেষ শ্ৰদ্ধাঞ্জলী 
⭕নলবাৰীৰ এহাল পতি-পত্নীয়ে মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি ৰচনা কৰিলে "বানপানী অ' নাহিবি আকৌ ঘুৰি" শীৰ্ষক এটি গীত 
⭕বৰভাগৰ কটপুহা নিবাসী উদ্যমী যুৱক তথা লোকনিৰ্মাণ বিভাগৰ সহ অভিযন্তা কিশোৰ কুমাৰ কলিতা আৰু তেওঁৰ পত্নী গাৰ্গী নাথে ৰচনা কৰিছে গীতটো 
⭕গীতটিত বানপীড়িত জনতাৰ দুখৰ ছবি তুলি ধৰাৰ প্ৰয়াস পতি-পত্নীৰ
#AssamFloods 
#tributesong
#composed 
#nalbari 
#husbandwife
#barbhag 
#axombroadcast24

⭕বানপানীত মৃত্যুবৰণ কৰা লোকৰ প্ৰতি গীতেৰে বিশেষ শ্ৰদ্ধাঞ্জলী ⭕নলবাৰীৰ এহাল পতি-পত্নীয়ে মৃতকৰ প্ৰতি শ্ৰদ্ধাঞ্জলী জ্ঞাপন কৰি ৰচনা কৰিলে "বানপানী অ' নাহিবি আকৌ ঘুৰি" শীৰ্ষক এটি গীত ⭕বৰভাগৰ কটপুহা নিবাসী উদ্যমী যুৱক তথা লোকনিৰ্মাণ বিভাগৰ সহ অভিযন্তা কিশোৰ কুমাৰ কলিতা আৰু তেওঁৰ পত্নী গাৰ্গী নাথে ৰচনা কৰিছে গীতটো ⭕গীতটিত বানপীড়িত জনতাৰ দুখৰ ছবি তুলি ধৰাৰ প্ৰয়াস পতি-পত্নীৰ #AssamFloods #tributesong #composed #nalbari #husbandwife #barbhag #axombroadcast24

Nalbari, Nalbari | Jul 30, 2026

♦নলবাৰীৰ ঘগ্ৰাপাৰ-
বিজুলীঘাট-
দামোদৰধাম পথত দূৰ্ঘটনা
♦পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল টাটা ছুম' বাহন 
♦কথমপি প্ৰাণ ৰক্ষা  বাহন চালকৰ
 #nalbari 
 #RoadAccident 
 #gbdroad 
 #axombroadcast24

♦নলবাৰীৰ ঘগ্ৰাপাৰ- বিজুলীঘাট- দামোদৰধাম পথত দূৰ্ঘটনা ♦পুৱতি নিশা নিয়ন্ত্ৰণ হেৰুৱাই দ খাৱৈত বাগৰি পৰিল টাটা ছুম' বাহন ♦কথমপি প্ৰাণ ৰক্ষা বাহন চালকৰ #nalbari #RoadAccident #gbdroad #axombroadcast24

Nalbari, Nalbari | Jul 29, 2026