Public App Logo
⭕মুগকুছি মিলন নাট্যগোষ্ঠীৰ আখৰাৰ শুভাৰম্ভ ⭕মুগকুছি সংস্কৃতি ভৱনত অনুষ্ঠিত এই শুভাৰম্ভ অনুষ্ঠানত বন্তি প্ৰজ্বলন কৰে অভিনেতা যাদৱ ডেকাই ⭕নাৰিকল ভাঙি মাংগলি কাৰ্য সম্পন্ন কৰে অসম নাট্য সন্মিলনৰ কেন্দ্ৰীয় উপ সভাপতি জয়ন্ত হাজৰিকাই ⭕পাণ্ডুলিপি উন্মোচন কৰে বৰভাগ কলেজৰ অৱসৰী অধ্যক্ষ ফণীধৰ ডেকাই #reharsal #Starting #milanmughkuchi #axombroadcast24 - Nalbari News