⭕বৰভাগৰ কদমতলত ভয়ংকৰ পথ দূৰ্ঘটনা
⭕তীব্ৰবেগী ইন'ভা বাহনে মহতিয়াই নিলে দুই মহিলাক
⭕থিতাতে নিহত এগৰাকী মহিলা
⭕গুৰুতৰভাৱে আহত আন এগৰাকী
⭕সুৰাসক্ত চালকৰ বাবেই দূৰ্ঘটনাটো সংঘটিত হোৱাৰ অভিযোগ ৰাইজৰ
#nalbari
#RoadAccident
#barbhag
#axombroadcast24
Nalbari, Nalbari | Aug 15, 2026