Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

তামুলপুৰ: তামুলপুৰ জিলাৰ কেইবাখনো পুজাস্থলীত অসম বিধানসভাৰ অধ্যক্ষ উপস্থিত হৈ মা দূৰ্গাৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰে

Tamulpur, Baksa | Sep 30, 2025
তামুলপুৰ জিলাৰ কেইবাখনো পুজাস্থলীত অসম বিধানসভাৰ অধ্যক্ষ উপস্থিত হৈ মা দূৰ্গাৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰে lমঙলবাৰে মহাঅষ্টমী lমহাঅষ্টমীৰ পবিত্ৰ দিনটোত অসম বিধানসভাৰ অধ্যক্ষ বিশ্বজিত দৈমাৰীয়ে তামুলপুৰ জিলাৰ কেইবাখনো পুজাস্থলীত উপস্থিত হৈ মা দূৰ্গাৰ শ্ৰীচৰণত আশীষ গ্ৰহণ কৰে l লগতে জুবিন গাৰ্গৰ ঘটনা সন্দৰ্ভত মত পোষণ কৰে বিশ্বজিত দৈমাৰীয়ে