Public App Logo
Jansamasya
News
पुलिस
Maharashtra
Bjp
National
Police
Bihar
India
Gujarat
भाजपा
Congress
Modi
Delhi
Viral
Bollywood
दिल्ली
Patna
Breakingnews
Narendramodi
Madhya_pradesh
Madhyapradesh
Pmmodi
Rahulgandhi
यूपी
Bhopal
सपा
Uttarpradesh
Haryana
Hardoi

তামুলপুৰ: মহা ষষ্ঠীৰ নিশা জাখলিৰপাৰ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত ১৩ তম্ বাৰ্ষিক দুৰ্গাপূজাৰ মুখ্যমুখ্যদ্বাৰ উন্মোচন

Tamulpur, Baksa | Sep 28, 2025
দেওবাৰে মহা ষষ্ঠী,মহা ষষ্ঠীৰ নিশা প্রায় ন মান বজাত জাখলিৰপাৰ যুৱ সমাজৰ উদ্যোগত অনুষ্ঠিত ১৩ তম্ বাৰ্ষিক দুৰ্গাপূজাৰ মুখ্যদ্বাৰৰ উন্মোন কৰে 𝐁𝐓𝐑ৰ ই এম গৌতম দাসে। নেতা গৰাকী উপস্থিত থাকি নথৈ আনন্দিত হয়।এই কাৰ্য্যসূচীত নেতা গৰাকীৰ সৈতে উপস্থিত থাকে কমতাপুৰৰ GM প্ৰণৱ বৰ্মন লগতে, সমূহ ধৰ্মপ্ৰাণ ৰাইজ। লগতে উক্ত পূজা ভাগত উপস্থিত হৈ, মা দুৰ্গা দেবীৰ শ্ৰীচৰণত সেৱা নিবেদন কৰি সকলোৰে কুশল-মংগল কামনা কৰে৷