Public App Logo
Profile Picture

pranjal bora

@bpranjal752
13726Followers
5Following
নগাঁও: ধিং মছজিদত নগাঁৱৰ নৱ নিৰ্বাচিত সাংসদ দেৱাশীষ শৰ্মা
নগাঁও: নগাঁৱৰ হয়বৰগাঁৰ জ্যোতি ফ্ল'ৰ মিলৰ গুদামত ভয়ংকৰ অগ্নিকাণ্ড,অগ্নিকাণ্ডৰ বুজ লয় সাংসদে
নগাঁও: বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত অনুষ্ঠিত ছাত্ৰ একতা সভাৰ নিৰ্বাচনত বিজেপি সমৰ্থিত প্ৰাৰ্থী জয়ী
নগাঁও: ধিং উন্নয়ন খণ্ডত অনুষ্ঠিত সেৱা সংকল্প অভিযানত অংশগ্ৰহণ কৰিবলৈ হিল দল ভাঙি উলাই আহিল ৰাইজ
নগাঁও: ধিঙৰ ১নং কান্ধুলিমাৰীত ভয়ংকৰ মাৰপিটৰ ঘটনা,মূলা খেতি নষ্ট কৰাক কেন্দ্ৰ কৰি সংঘাত, বৃদ্ধ হজৰত আলী গুৰুতৰভাৱে আহত
নগাঁও: ধিঙৰ বৰভেটিত জুবিন গাৰ্গৰ ন্যায়ৰ দাবীৰে নাৰী সমাজৰ প্ৰতিবাদ
নগাঁও: জুৰীয়া উন্নয়ন খণ্ডত “সেৱা সংকল্প অভিযান” উপলক্ষে সেৱা সেতু অভিযান আৰু স্বাস্থ্য শিৱিৰৰ আয়োজন,উপস্থিত জিলা আয়ুক্ত
নগাঁও: প্ৰতি বছৰৰ দৰে এইবাৰো ধিঙত নিৰ্মাণ কৰিলে দেৱীৰ প্ৰতিমা,ৰাইজৰ মাজত আনন্দ উল্লাস
নগাঁও: অসম গণ পৰিষদ দলৰ  বঢ়মপুৰ সমষ্টি বিধান পৰিষদৰ উদ্যোগত অসম গণ পৰিষদে পালন কৰে ৪২ তম প্ৰতিষ্ঠা দিৱস
নগাঁও: ৰামপুৰপামত মহিলা উদ্যমীতা আঁচনিৰ চেক আত্মহাতৰ অভিযোগ গোটৰ চি,আৰ,পিৰ বিৰুদ্ধে
নগাঁও: ৰামপুৰপামত মহিলা উদ্যমীতা আঁচনিৰ চেক আত্মহাতৰ অভিযোগ গোটৰ চি,আৰ,পিৰ বিৰুদ্ধে
নগাঁও: নগাঁও স্বাস্থ্যখণ্ডক ভেঙুচালি কৰি ঔষধ ব্যৱসায়ীৰ ম্যাদ উকলি যোৱা ঔষধ বিক্ৰীৰ অভিযোগ ভুক্তভোগীৰ পৰিয়ালৰ
নগাঁও: নগাঁৱৰ বাঙ্গালী সন্মিলনী পূজা সমিতিৰ ১৩৩ বছৰীয়া পূজা মণ্ডপ থলুৱা সামগ্ৰীৰে নিৰ্মাণ কৰিছে
নগাঁও: নিম্ন মানৰ মধ্যহ্ন ভোজন প্ৰদান কৰা প্ৰধানশিক্ষককৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা গ্ৰহণ কৰিববটদ্ৰৱাৰ প্ৰাৰ্থমিক শিক্ষা বিষয়াই
নগাঁও: ধিঙত অনুষ্ঠিত সেৱা সংকল্প যাত্ৰা অভিযানৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ বিধায়ক মেহবুব মুক্তাৰৰ
নগাঁও: নগাঁৱত মন্ত্ৰী কৌশিক ৰয়
বহুকেইটা কাৰ্য্যসূচী হাতত লৈ উপস্থিত হয়
নগাঁও: ধিং মহাবিদ্যালয়ৰ ছাত্ৰ একতা সভাৰ নিৰ্বাচনক কেন্দ্ৰ কৰি মহাবিদ্যালয় চৌহদত সৃষ্টি হয় এক উত্তপ্ত পৰিস্থিতি
নগাঁও: কংগ্ৰেছ দলে ৰাইজক সদায় প্ৰতাৰণা কৰি অহাৰ অভিযোগ সাংসদ দেৱাশীষ শৰ্মাৰ
নগাঁও: বটদ্ৰৱা শ্ৰী শ্ৰী শংকৰদেৱ মহাবিদ্যালয়ত
বিনাপ্ৰতিদ্বন্দিতাৰে নিৰ্বাচন সাধাৰণ সম্পাদককে ধৰি কেইবাজনো প্ৰতিনিধি
নগাঁও: কামপুৰ পাঁচনি জাৰত ভয়ংকৰ পথ দূৰ্ঘটনা,তীব্ৰবেগী যাত্ৰীবাহী মেজিক আৰু ইলেক্টনিক অ'টৰিস্কাৰ মাজত মুখামুখি সংঘৰ্ষ
নগাঁও: কংগ্ৰেছ দলে ৰাইজক সদায় প্ৰতাৰণা কৰি আহিছে,সংখ্যালঘুক কংগ্ৰেছে সদায় ব্লাকমেইলিং  কৰি আহিছে 
,মন্তব্য মন্ত্ৰীৰ
নগাঁও: সাংসদ দেৱাশীষ শৰ্মা জুৰীয়াৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান
নগাঁও: সাংসদ দেৱাশীষ শৰ্মা জুৰীয়াৰ মুখ্য নিৰ্বাচনী কাৰ্যালয়ত সম্বৰ্ধনা অনুষ্ঠান
নগাঁও: নগাঁও জিলাৰ খাগৰিজান শিক্ষা খণ্ডৰ উদ্যোগত নগাঁও বটদ্ৰবা সমষ্টিৰ ভিত্তিত সেৱা, সংকল্প অভিযান
নগাঁও: বটদ্ৰৱাৰ জামতলত ভয়ংকৰ পথ দুৰ্ঘটনা,দ্ৰুতবেগী মালভৰ্তি বাহনে নিয়ন্ত্ৰণ হেৰুৱাই পথৰ কাষত বাগৰি পৰিল