সাপেখাতী: কলাকটাত চাওঁতাল মাঝি মণ্ডলৰ বিশেষ সভাত চৰাইদেউ জিলা সমিতিৰ সভাপতি আদিত্য টুডু
বৃস্পতিবাৰে সন্ধিয়া ছয় বজাত চাওঁতাল মাঝি মণ্ডলৰ উদ্যোগত কলাকটাত এখন বিশেষ সভা অনুষ্ঠিত হয়। মাঝি মণ্ডলৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক স্বপন হেমৰম, মাঝি মণ্ডল চৰাইদেউ জিলা সমিতিৰ সভাপতি আদিত্য টুডু, প্ৰমুখ্যে চাৰিটা আতুৰ মাঝি বাবাই অংশগ্ৰহণ কৰে।সভাত আগন্তুক বাহা সন্মিলনৰ বিষয়ে আলোচনা কৰা হয় ।