সাপেখাতী: সুন্দৰপুৰত চাওঁতাল উন্নয়ন সন্থাৰ গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত, উপস্থিত চাওঁতাল উন্নয়ন সন্থাৰ জিলা সভাপতি
বৰহাট সুন্দৰপুৰত চাওঁতাল উন্নয়ন পৰিষদৰ এখন গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত । চাওঁতাল উন্নয়ন সন্থা চৰাইদেউ জিলা সমিতিৰ সভাপতি বিজিৎ মূৰ্মুৰ পৌৰোহিত্যত অনুষ্ঠিত সভাখন আঁত ধৰে চাওঁতাল উন্নয়ন সন্থা চৰাইদেউ জিলা সমিতিৰ সম্পাদক ৰাজীৱ মূৰ্মুয়ে।সভাত সংগঠনটোৰ সাংগঠনিক দিশ, ভাষা সাহিত্য সংস্কৃতিৰ দিশত আলোচনা কৰা হয়।