Public App Logo
Jansamasya
News
���ुलिस
Bjp
National
Bihar
India
Congress
Modi
Delhi
Viral
Jharkhand
���ेट्रोल
���िल्ली
���िरफ्तार
Breakingnews
Madhya_pradesh
Pmmodi
Rahulgandhi
Haryana
Uttarpradesh
Jdu
Sambalpur
Cyclone
Crimenews
Bareilly
Bcci
Agra
Breaking
Aimim
No video available

সাপেখাতী: বৰহাটত চাওঁতাল মাঝি মণ্ডলৰ মাঘি পূজাত মাঝি মণ্ডলৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক স্বপন হেমৰম

Sapekhati, Charaideo | Jan 31, 2024
বুধবাৰে সন্ধিয়া ছয় বজাত চাওঁতাল মাঝিমণ্ডলৰ উদ্যোগত বৰহাট নলবাৰীয়াত মাঘি পূজা পালন কৰা হয়। পূজাত মাঝি মণ্ডলৰ কেন্দ্ৰীয় সমিতিৰ মুখ্য সাংগঠনিক সম্পাদক স্বপন হেমৰম, মাঝি মণ্ডল চৰাইদেউ জিলা সমিতিৰ সভাপতি আদিত্য টুডু,এছু বৰহাট আঞ্চলিক সমিতিৰ সভাপতি ৰাজু মাৰ্ডি,সম্পাদক যতীন মূৰ্মুৰ প্ৰমুখ্যে ভালেকেইজন বিশিষ্ট লোকৰ লগতে মাঝি বাবাই অংশগ্ৰহণ কৰে।