সাপেখাতী: বৰহাটৰ ঐতিহাসিক লেচাই কোঁৱৰ মৈদাম স্থলীত মে ডাম মে ফী পতাকা উত্তোলনে কাৰ্যসূচী শুভাৰম্ভ
বুধবাৰে ৰাতিপুৱা ১১বজাত ঐতিহাসিক লেচাই কোঁৱৰ মৈদাম সংৰক্ষণ-উন্নয়ন সমিতিৰ উদ্যোগত আৰু টাই সাহিত্য-সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সহযোগত নাহৰপুখুৰী-সৰুপথাৰ যুৱ সংঘৰ সহযোগত তথা গাঁৱৰ আতিথ্যত অনুষ্ঠিত হোৱা পঞ্চম বাৰ্ষিক মে ডাম মে ফী ৰাতিপুৱা পতাকা উত্তোলনে কাৰ্যসূচী আৰম্ভ কৰা হয়। পতাকা উত্তোলন কৰে তাই সাহিত্য-সংস্কৃতি পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি পবিত্ৰ মহন ফুকন,ঐঃলেঃ কোঁৱৰ মৈদাম উন্নয়ন সমিতিৰ সভাপতি কিৰণ চাউৰক ,নাহৰপুখুৰী-সৰুপথাৰ যুৱ সংঘৰ সভাপতি অংকৰ ৰাজকোঁৱৰ